মই দুৰ্নীতি কৰা নাই, তিৱা পৰিষদত নিয়ম অনুসৰি চৰকাৰী ধন খৰচ হৈছে : জীৱন চন্দ্ৰ কোঁৱৰ
📌 তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰৰ সংবাদ মেল
বাৰ্তা বুৰো, ২৫ মাৰ্চঃ তিৱা ছাত্ৰ সন্থাৰ চেনিৰাম মালাং গোটে দিশপুৰ প্ৰেছ ক্লাৱত ৬ মাৰ্চত এখনি সংবাদ মেল সম্বোধন কৰি উন্মোচন কৰিছিল তিৱা স্বায়ত্ব পৰিষদত সংঘটিত…