ভোলাগুৰি চাহ বাগিচাত কনকলতা বিশ্ববিদ্যালয় স্থাপন কৰাৰ ঘোষণা শিক্ষামন্ত্ৰীৰ
🔴 ব্যক্তিগত বিশ্ববিঃক দিয়া নহ’ব বৃত্তিগত শিক্ষা প্রদানৰ অনুমতি
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৫ মাৰ্চঃ বৃত্তিগত শিক্ষাৰ ক্ষেত্রত ৰাজ্যত কোনোধৰণৰ ব্যক্তিগত বিশ্ববিদ্যালয়ক অনুমতি প্রদান কৰা নহ’ব৷ এই কথা ঘোষণা কৰিছে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷…