নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

২০২২–২০২৪ চনলৈ ৩৮বাৰ বিদেশ ভ্রমণ প্রধানমন্ত্রীৰ

🔹 ৰাজ্যসভাত ৰাজ্যিক বৈদেশিক মন্ত্রী মার্ঘেৰিটাৰ তথ্য 🔹 মোদীৰ বিদেশ ভ্রমণত ব্যয় ২৫৮ কোটি টকা নিউজ ডেস্ক, ২২ মার্চ : প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বিদেশ ভ্রমণ এক চর্চাৰ বিষয়৷ বিগত ২০২২ চনৰ মে’ৰ পৰা ২০২৪ৰ ডিচেম্বৰলৈ প্রধানমন্ত্রী মোদীৰ বিদেশ…

চিআইএছএফত ১,১৬১টা পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ৩ এপ্রিল চেন্ট্ৰেল ইণ্ডাষ্ট্রিয়েল ছিকিউৰিটী ফ’ৰ্চত খালী হোৱা কিছুসংখ্যক পদৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

এলিজাবেথৰ ইছলামাবাদ ভ্রমণৰ গুৰুত্বপূর্ণ নথি জব্দ

🔹 গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান সংযোগৰ নতুন মোৰ বিশেষ বাৰ্তা, ২২ মার্চ : লোকসভাত কংগ্রেছৰ উপ–দলপতি তথা সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবার্নৰ পাকিস্তানৰ সৈতে সম্পর্কক লৈ অসম আৰক্ষীৰ এছআইটিয়ে নতুন তথ্য লাভ কৰিছে৷ গোচৰটোৰ উপযুক্ত তদন্তৰ বাবে…

দুৰাৰোগ্য ৰোগত আক্ৰান্ত বাঘবৰৰ চৈধ্য বছৰীয়া কিশোৰ

🔹 মুখ্যমন্ত্ৰীক হাতযোৰ কৰি সহায় ভিক্ষা দুৰ্ভগীয়া পিতৃৰ নিয়মীয়া বাৰ্তা, ২২ মাৰ্চ : বাঘবৰৰ এটি অসহায় পৰিয়ালৰ কৰুণ জীৱনগাথা। উল্লেখযোগ্য যে পশ্চিম দেউলদিৰ বাসিন্দা আমিনুল ইছলামৰ একমাত্ৰ পুত্ৰ সন্তান অষ্টম শ্ৰেণীৰ ছাত্ৰ চৈধ্য বছৰীয়া…

নগাঁও চহৰত বেম্ব’ মিউজিয়ামৰ নামত পানীত পৰিল কোটি কোটি টকা

বিশেষ বাৰ্তা, ২২মাৰ্চঃ কংগ্ৰেছ চৰকাৰৰ আমোলত কেৱল একাংশ লোকৰ পুঁজি টনকিয়াল কৰিবলৈ স্থাপন কৰা কেতবোৰ প্ৰকল্পৰ বৰ্তমানৰ অৱস্থাই চৰকাৰ তথা সংশ্লিষ্ট বিভাগৰ অকৰ্মন্যতা ছবিখন প্ৰকট কৰি তুলিছে। তদানীন্তন কংগ্ৰেছ চৰকাৰৰ অকৰ্মন্যতাৰ স্বাক্ষৰ হৈ…

এফালে ভাইৰেল ফোনকল, আনফালে চৰ্চাত সোণাহাট বাণিজ্যিক কেন্দ্ৰ!

নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ সম্প্ৰতি এটা ফোনকলৰ ৰেকৰ্ডিঙে ৰাজ্যজুৰি তোলপাৰ লগাই থকাৰ সময়তে পুনৰ চৰ্চালৈ আহিছে ধুবুৰী জিলাৰ গোলকগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তৰ সোণাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰৰ নাম। উল্লেখ্য যে ২০০৪ বৰ্ষত ভাৰত আৰু…

বিদ্যুৎ কেন্দ্রৰ অগ্নিকাণ্ডত বন্ধ হৈ পৰিল ব্যস্ততম হিথ্ৰো বিমানবন্দৰ

নিউজ ডেস্ক, ২২ মাৰ্চঃ দিনটোৰ বাবে বন্ধ কৰি দিয়া হ’ল লণ্ডনৰ বিখ্যাত হিথৰো বিমানবন্দৰ৷ লণ্ডনৰ এটা বিদ্যুৎ সৰবৰাহ কেন্দ্রত অগ্ণিকাণ্ডৰ সূত্রপাত ঘটে৷ ইয়াৰ ফলত কার্যতঃ বন্ধ হৈ পৰে হিথৰো বিমানবন্দৰৰ বিদ্যুৎ সেৱা৷ গতিকে, বাধ্য হৈ সমগ্র দিনটোৰ বাবে…

৫০ কোটি টকাৰে কুকুৰ ক্রয় বেংগালুৰুৰ এছ সতীশৰ

নিউজ ডেস্ক, ২২ মাৰ্চঃ পোহনীয়া কুকুৰৰ মূল্য কিমান হ’ব পাৰে? কিমান টকা ব্যয় কৰি এগৰাকী ব্যক্তিয়ে পোহনীয়া কুকুৰ ক্রয় কৰিব পাৰে? অবিশ্বাস্য যেন লাগিলেও বেংগালুৰুৰ এজন কুকুৰপ্রেমী ব্যক্তিয়ে এটি পোহনীয়া কুকুৰ ৫০ কোটি টকাত ক্রয় কৰিছে৷ বিশ্বৰ…

গাজাত তিনি দিনত ২০০ শিশুসহ ৬ শতাধিকৰ প্রাণহানি

নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ মাৰ্চঃ প্রায় দুমহীয়া যুদ্ধবিৰতিৰ একপক্ষীয়ভাৱে ইতি টানি যোৱা মঙলবাৰৰ পৰা গাজা ষ্ট্রীপত আক্রমণ আৰম্ভ কৰিছে ইজৰাইলী সেনাই৷ তিনি দিন ধৰি ক্ষেপণাস্ত্র আৰু বোমাবর্ষণত ২০০ শিশুসহ ৬ শতাধিক পেলেষ্টাইনী লোক নিহত হৈছে এই…

সাত বিহুত কোনো কাৰণতে পৰিৱেশনৰ অনুমতি দিয়া নহ’ব হিন্দী গীত

নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ মাৰ্চঃ ব’হাগ বিহুৰ সাত বিহুৰ কেইদিনত বিহু মঞ্চত হিন্দী গীত কোনো কাৰণতে পৰিৱেশন কৰাৰ অনুমতি দিয়া নহয় বুলি স্পষ্ট কৰিছে বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনী সমন্বয় সমিতিয়ে৷ সংগঠনটোৰ সভাপতি ৰঞ্জন বৰাই এই সন্দর্ভত কয় যে…