দুই মহাকাশচাৰীক নিজৰ পকেটৰ ধন দিব ট্রাম্পে
🔹 সুনীতা-উইলমোৰক অতিৰিক্ত সময়ৰ বাবে প্রতিদিনে মাত্র ৪৩০ টকা
নিউজ ডেস্ক, ২৩ মার্চ : বহুচর্চিত মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলমোৰক আন্তর্জাতিক মহাকাশ কেন্দ্রত অতিৰিক্তকৈ কটোৱা সময়ৰ বাবে প্রতিদিনে মাত্র ৪৩০ টকা প্রদান কৰা হ’ব৷…