নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ঢকুৱাখনাত মায়ামৰা সাংস্কৃতিক সমাজৰ কেন্দ্ৰীয় দ্বি-বাৰ্ষিক অধিবেশন

নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ মায়ামৰা সমাজৰ পাঁচ সহস্ৰাধিক ভকত-বৈষ্ণৱৰ উপস্থিতি, আয়তীৰ উৰুলী, হৰি-নামৰ ধ্বন্নি আৰু দেৱবাদ্য বৰতাল আৰু মৃদংগৰ মধুৰ তথা গুৰু গম্ভীৰ ধ্বনিত আজি কঁপি উঠিল ঢকুৱাখনাৰ আকাশ-বতাহ ৷বৃহস্পতি বাৰৰ পৰা ঢকুৱাখনাৰ নিত্যানন্দ…

স্বামীৰ দাৰ ঘা*পত মৃ*ত্যু পত্নীৰ, হত্যাকাৰী নিবাস ৰাজবংশীক আটক

নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ ধেমাজিৰ চিলাপথাৰত সংঘটিত হৈছে ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা। কালি চিলাপথাৰ থানাৰ অন্তৰ্গত গৌৰাঙ্গপুৰ গাঁৱৰ জিতেন্দ্ৰ নমঃশূদ্ৰৰ বাসগৃহত সংঘটিত হৈছে এই কাণ্ড। স্বামী নিবাস ৰাজবংশী (৩০) নামৰ যুৱকজনে পত্নী সৰস্বতী নমঃশূদ্ৰ…

ঢকুৱাখনাত বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ শুভাৰম্ভ

নিয়মীয়া বাৰ্তা, ২১ মাৰ্চ : অসম চৰকাৰৰ সমগ্ৰ শিক্ষা অভিযানৰ অধীনত ঢকুৱাখনা শিক্ষাখণ্ডৰ অন্তৰ্গত বিদ্যালয়সমূহৰ শিক্ষাৰ্থীসকলৰ মাজত ২০২৫-২৬ বৰ্ষৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্যসূচীৰ আজি শুভাৰম্ভ কৰা হয়। এই উপলক্ষত ঢকুৱাখনা চৰকাৰী উচ্চ…

মাকৈ খেতিৰে নতুন সম্ভাৱনাময় পথ দেখুৱালে ধুবুৰীৰ চাৰি কৃষকে

নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ বিঘাই বিঘাই মাটিত মাকৈ খেতিৰে কৰ্মসংস্থাপনৰ পথ মুকলি কৰি এক বহুতোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ধুবুৰীৰ কাচাৰীহাট গাওঁ পঞ্চায়তৰ অন্তৰ্গত শৌলমাৰী প্ৰথম খণ্ডৰ চাৰিজনকৈ কৃষকে। কৃষি বিভাগৰ পৰা কোনো ধৰণৰ ইতিবাচক…

শিৱসাগৰৰ চাৰি পঞ্চায়তক যক্ষ্মামুক্ত ঘোষণা

নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ শিৱসাগৰত যক্ষ্মা মুক্ত কৰাৰ সংকল্পৰে জিলা স্বাস্থ্য বিভাগে অংশ হিচাপে ইতিমধ্যে যথেষ্ট সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। ইয়াৰ ফলস্বৰূপে এক আশানুৰূপ ফলাফল দেখিবলৈ পোৱা গৈছে। 📌 'তুমি ছোৱালী হৈ কিয় মদ খাই আহিছা ?'…

ছমৰীয়া ব্লক কংগ্ৰেছৰ সভাপতি বাছনিক লৈ বিতৰ্ক

নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ কামৰূপৰ নৱনিৰ্বাচিত ছমৰীয়া ব্লক কংগ্ৰেছৰ সভাপতিক লৈ অব্যাহত আছে বিতৰ্ক। ছমৰীয়া ব্লক কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি মোজ্জামেল হকক বাতিলৰ দাবীত ৰঙ্গেশ্বৰীত একাংশ জেষ্ঠ কংগ্ৰেছ সমৰ্থকে সংবাদ মেল সম্বোধন কৰে। 📌 মানাহ…

বৃহৎ অঘটনৰ পৰা ৰক্ষা ধুবুৰী-চালবান্ধা অভিমুখী যাত্ৰীবাহী কাঠৰ লঞ্চ

নিয়মীয়া বাৰ্তা, ২১ মাৰ্চ : যোৱাকালি কথমপি বৃহৎ অঘটনৰ পৰা ৰক্ষা পৰে ধুবুৰী পৰা বৰলুইতৰে দক্ষিণ পাৰৰ চালবান্ধা অভিমুখী এখন লেছিচালিত এখন লঞ্চৰ যাত্ৰী। জানিব পৰা মতে, ধুবুৰী জিলা পৰিষদৰ নিয়ন্ত্ৰণাধীন তথা চহৰখন মেলা ঘাটৰ পাৰধাটৰ পৰা যাত্ৰা…

বিশ্বৰ সুখী দেশৰ তালিকাত ভাৰতৰ স্থান ১১৮

নিউজ ডেস্ক, ২১ মাৰ্চঃ বিশ্বৰ সুখী দেশৰ তালিকাত একেৰাহে অষ্টমবাৰলৈ স্থান লাভ কৰিছে ফিনলেণ্ডে৷ সুখী দেশৰ তালিকাত ভাৰতৰ স্থান এইবাৰ ১১৮৷ যোৱা বছৰ এই তালিকাত ভাৰতৰ স্থান আছিল ১২৪৷ লক্ষণীয়ভাৱে প্রতিৱেশী পাকিস্তানৰ স্থান ভাৰততকৈ আগত আছে৷…

সম্পাদকীয় : ডার্ক ফেক্টৰী

পৃথিৱীত নতুন ঔদ্যোগিক বিপ্লৱৰ সূচনা আৰম্ভ হৈছে৷ অত্যাধুনিক বিজ্ঞান আৰু প্রযুক্তিবিদ্যাই মানৱ জাতিক প্রতিনিয়ত কিবা এটা নতুন কৰাৰ উৎসাহ যোগাই আহিছে৷ কল্পনাবোৰ যেন বাস্তৱত পৰিণত হৈ গৈ আছে৷ স্বাভাৱিক দৃষ্টিত জটিল আৰু অসম্ভৱ যেন লগাবোৰেই সহজ হৈ…

গুৱাহাটীৰ সংৰক্ষিত বনাঞ্চলৰ ২,০০৪ হেক্টৰ ভূমি বেদখলকাৰীৰ কবলত

নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ মাৰ্চঃ গুৱাহাটী মহানগৰীৰ আশে–পাশে থকা সংৰক্ষিত বনাঞ্চল আৰু বন্যপ্রাণী অভয়াৰণ্য এতিয়া বেদখলকাৰীৰ কবলত৷ পূব কামৰূপ বন সংমণ্ডল প্রাধিকাৰীৰ অধীনস্থ ১২খনকৈ সংৰক্ষিত বনাঞ্চল বেদখল কৰি একাংশ লোকে বসবাস কৰি আহিছে৷…