নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

বিশ্বৰ সুখী দেশৰ তালিকাত ভাৰতৰ স্থান ১১৮

নিউজ ডেস্ক, ২১ মাৰ্চঃ বিশ্বৰ সুখী দেশৰ তালিকাত একেৰাহে অষ্টমবাৰলৈ স্থান লাভ কৰিছে ফিনলেণ্ডে৷ সুখী দেশৰ তালিকাত ভাৰতৰ স্থান এইবাৰ ১১৮৷ যোৱা বছৰ এই তালিকাত ভাৰতৰ স্থান আছিল ১২৪৷ লক্ষণীয়ভাৱে প্রতিৱেশী পাকিস্তানৰ স্থান ভাৰততকৈ আগত আছে৷…

সম্পাদকীয় : ডার্ক ফেক্টৰী

পৃথিৱীত নতুন ঔদ্যোগিক বিপ্লৱৰ সূচনা আৰম্ভ হৈছে৷ অত্যাধুনিক বিজ্ঞান আৰু প্রযুক্তিবিদ্যাই মানৱ জাতিক প্রতিনিয়ত কিবা এটা নতুন কৰাৰ উৎসাহ যোগাই আহিছে৷ কল্পনাবোৰ যেন বাস্তৱত পৰিণত হৈ গৈ আছে৷ স্বাভাৱিক দৃষ্টিত জটিল আৰু অসম্ভৱ যেন লগাবোৰেই সহজ হৈ…

গুৱাহাটীৰ সংৰক্ষিত বনাঞ্চলৰ ২,০০৪ হেক্টৰ ভূমি বেদখলকাৰীৰ কবলত

নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ মাৰ্চঃ গুৱাহাটী মহানগৰীৰ আশে–পাশে থকা সংৰক্ষিত বনাঞ্চল আৰু বন্যপ্রাণী অভয়াৰণ্য এতিয়া বেদখলকাৰীৰ কবলত৷ পূব কামৰূপ বন সংমণ্ডল প্রাধিকাৰীৰ অধীনস্থ ১২খনকৈ সংৰক্ষিত বনাঞ্চল বেদখল কৰি একাংশ লোকে বসবাস কৰি আহিছে৷…

জালুকবাৰীৰ ন’ ভেণ্ডিং জ’নত পুনৰ আৰম্ভ বেহা

নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ মাৰ্চঃ জালুকবাৰীত পথৰ দাঁতিত পুনৰ আৰম্ভ হৈছে অবৈধ ব্যৱসায়৷ জালুকবাৰী ৰটাৰী পইণ্টৰ দুয়োদিশকে ধৰি উত্তৰ জালুকবাৰী মছজিদৰ কাষলৈ ভৰি পৰিছে দোকান–পোহাৰ৷ উল্লেখ্য যে প্রশাসনে জালুকবাৰী এলেকাটোক ন’ ভেণ্ডিং জ’ন ঘোষণা কৰি…

চিকিৎসা গৱেষণাত দ্বিতীয় বর্ষৰ বাবে শ্রেষ্ঠ প্রদর্শনৰ সন্মান অসম মেডিকেলক

নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ মাৰ্চঃ ডিব্রুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালে মেডিকেল কলেজ ৰিছার্চ কালেক্টৰৰ দ্বাৰা একেৰাহে দ্বিতীয় বর্ষৰ বাবে চিকিৎসা গৱেষণাৰ ক্ষেত্রত শ্রেষ্ঠ প্রদর্শনকাৰী মহাবিদ্যালয় হিচাপে সন্মানিত হৈছে৷ দিল্লীৰ ভাৰত…

গুৱাহাটী-ডিব্রুগড়-শিলচৰত ২৪ ঘণ্টাই খোলা থাকিব দোকান-পোহাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ মাৰ্চঃ এতিয়াৰে পৰা গুৱাহাটী, ডিব্রুগড় আৰু শিলচৰত ২৪ ঘণ্টাই খোলা থাকিব দোকান–পোহাৰ৷ এই মহানগৰ তিনিখনত নাথাকিব সাপ্তাহিক বন্ধও৷ ডিব্রুগড়ত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকে এই সিদ্ধান্ত গ্রহণ কৰে৷ কেবিনেটৰ অন্তত…

ব’হাগৰ সাত বিহুলৈ মঞ্চত নাগাব হিন্দী গীত

নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ মাৰ্চঃ আগন্তুক ব’হাগ বিহুৰ সৈতে সংগতি ৰাখি বিহু মঞ্চসমূহত অনুষ্ঠান পৰিৱেশনৰ ক্ষেত্রত প্রয়োজনীয় সকলো ব্যৱস্থা ল’বলৈ বিহু সমিতিসমূহক সকীয়নি দিছে নিষিদ্ধঘোষিত সন্ত্রাসবাদী সংগঠন আলফা (স্বাঃ)ই৷ এক বিবৃতিযোগে আলফা…

দাক্ষিণাত্যৰ ২৫ চলচ্চিত্র তাৰকাৰ বিৰুদ্ধে গোচৰ

নিউজ ডেস্ক, ২১ মার্চঃ তেলেগু চলচ্চিত্রৰ ২৫ তাৰকাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে ৰেৱন্ত ৰেড্ডী নেতৃত্বাধীন তেলেংগানাৰ কংগ্রেছ চৰকাৰে৷ ৰাণা ডগ্গুবতি, প্রকাশ ৰাজ, বিজয় দেৱৰাকোণ্ডাৰ দৰে বিশিষ্ট চিত্র তাৰকাসকলৰ বিৰুদ্ধে তৰা হৈছে এই গোচৰ৷ অবৈধ বেটিং…

টীম ইণ্ডিয়ালৈ ৫৮ কোটি টকাৰ পুৰস্কাৰ ব’ৰ্ডৰ

নিউজ ডেস্ক, ২১ মাৰ্চঃ চেম্পিয়নছ ট্ৰফীত চেম্পিয়ন ভাৰতীয় ক্রিকেট দলৰ খেলুৱৈ আৰু প্রশিক্ষক তথা ছাপ’ৰ্ট ষ্টাফলৈ নগদ ধনৰ পুৰস্কাৰ ঘোষণা ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ৷ যোৱা ৯ মার্চত ডুবাইত চেম্পিয়নছ ট্ৰফীৰ খিতাপ দখল কৰা টীম ইণ্ডিয়াৰ খেলুৱৈ,…

আজিৰ দিনটোৰ ৰাশিফল

আজি ২১ মার্চ,চ’ত মাহৰ ৭ তাৰিখ শুকুৰবাৰঃ তিথি– কৃষ্ণা সপ্তমী, নক্ষত্রঃ জ্যেষ্ঠা, যাত্রাঃ নাই মেষঃ সমাজ কর্মত সুনাম বৃদ্ধি৷ পাৰিবাৰিক দায়বদ্ধতাও বৃদ্ধি পাব৷ উচ্চ বিদ্যাত যত্ন কাৰক৷ প্রেমত শুভ৷ শুভ ৰং ৰঙা৷ বৃষঃ ঘৰুৱা ভাল দেখা যায়৷ কর্ম লাভৰ…