নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ডিজিটেল এৰেষ্টৰ নামত বৃদ্ধাৰ পৰা লুটিলে ২০ কোটি

নিউজ ডেস্ক, ১৮ মাৰ্চঃ ‘ডিজিটেল এৰেষ্ট’ৰ নামত প্রতাৰকৰ ফান্দত ভৰি দি হেৰুৱাবলগীয়া হ’ল ২০ কোটি টকা৷ আধাৰ কার্ড আৰু অন্যান্য ব্যক্তিগত তথ্য ব্যৱহাৰ কৰি অবৈধ কার্যকলাপ চলা বুলি এগৰাকী বৃদ্ধাক জনাইছিল প্রতাৰকে৷ এইক্ষেত্রত ভয় পায় মহিলাগৰাকীয়ে৷…

চিকেন মাঞ্চুৰিয়ানত কামোৰ দিয়াৰ পাছতে ওলাল ভজা এন্দুৰ

নিউজ ডেস্ক, ১৮ মাৰ্চঃ কেইজনমান বন্ধুক লগত লৈ দামী ৰেষ্টুৰেণ্ট এখনত খাবলৈ গৈছিল তৰুণী এজনীয়ে৷ মেনু কার্ড চাই অর্ডাৰ কৰিছিল পচন্দৰ মাঞ্চুৰিয়ান চিকেন৷ অর্ডাৰ কৰাৰ কিছুসময় পাছতে চাইনিজ এই খাদ্য মেজত দি গৈছিল এজন ৱেইটাৰে৷ গৰম ধোঁৱা ওলাই থকা…

অক্সফ’ৰ্ডৰ প্রাক্তন ছাত্রী ভাৰতীয় গৱেষকক ব্রিটেইন ত্যাগৰ নির্দেশ

নিউজ ডেস্ক, ১৮ মাৰ্চঃ নিয়ম ভঙাৰ অভিযোগত ব্রিটেইনৰ পৰা বহিষ্কৃত হ’ব ভাৰতীয় গৱেষক৷ ঔপনিৱেশিক ভাৰতৰ বিভিন্ন চহৰৰ ওপৰত গৱেষণা কৰিছিল মণিকর্নিকা দত্ত নামৰ ইতিহাসৰ গৱেষিকাগৰাকীয়ে৷ কিন্তু গৱেষণাকালত নিয়ম মানি নচলা বাবে ১০ বছৰৰ বাবে ব্রিটেইন…

সৰ্বভাৰতীয় ৰেডিঅ’লজী কাৰিকৰী নিযুক্তি পৰীক্ষাত উজলিল মেহদি

নিয়মীয়া বাৰ্তা, ১৮ মাৰ্চঃ সৰ্বভাৰতীয় পৰ্যায়ৰ ৰেডিঅলজী কাৰিকৰী নিযুক্তি পৰীক্ষাত উজলিল ধুবুৰীৰ গৌৰীপুৰৰ এগৰাকী যুৱকে। গৌৰীপুৰৰ খুদিমাৰীৰ মেহদি আলম হুদা নামৰ যুৱকগৰাকীয়ে ঘোষিত ২০২৪-২৫ বৰ্ষৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছ…

কাইলৈ পৃথিৱীত খোজ থ’ব সুনীতা উইলিয়ামছ-বুশ্ব উইলমোৰে

নিউজ ডেস্ক, ১৮ মাৰ্চঃ ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহযোগী বুশ্ব উইলম’ৰ অতি সোনকালে স্পেচএক্সৰ ড্ৰেগন মহাকাশযানত পৃথিৱীলৈ উভতি আহিব। দুয়োজনেই যোৱা বছৰৰ ৫ জুনত বয়িঙৰ নতুন ষ্টাৰলাইনাৰ কেপচুলত ৮ দিনীয়া অভিযানৰ বাবে…

চন্দ্রযান-৫ৰ বাবে ইছৰোক অনুমোদন কেন্দ্রীয় চৰকাৰৰ 

নিউজ ডেস্ক, ১৮ মাৰ্চঃ চন্দ্রৰ দক্ষিণ মেৰুত মহাকাশ যান মসৃণ অৱতৰণেৰে বিশ্বৰ প্রথম দেশ হিচাপে ভাৰতে ইতিহাস সৃষ্টি কৰাৰ পাছত চন্দ্রযান–৫ অভিযানৰ বাবে কেন্দ্রীয় চৰকাৰে অনুমোদন জনাইছে৷ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ চন্দ্রযান–৩ ইতিহাস…

গুৱাহাটীত আৰম্ভ ২৩ অনূর্ধ্ব ৰাষ্ট্রীয় বাস্কেট বল প্রতিযোগিতা

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ মাৰ্চঃ ‘অসমত বাস্কেট বল নতুনকৈ পুনৰুজ্জীৱিত হৈছে৷ ইয়াক আগুৱাই নিয়াই আমাৰ উদ্দেশ্য৷’– অসম বাস্কেট বল সন্থাৰ উদ্যোগত তথা বাস্কেট বল ফেডাৰেচন অৱ ইণ্ডিয়াৰ অধীনত প্রথমবাৰলৈ গুৱাহাটীত অনুষ্ঠিত ২৩ বছৰ অনূর্ধ্ব ৰাষ্ট্রীয়…

বিকশিত অসমৰ ৰূপৰেখা

বিত্তমন্ত্রী অজন্তা নেওগে ১০ মার্চত অসম বিধানসভাত দাখিল কৰা ২০২৫–২৬ বিত্তীয় বর্ষৰ বার্ষিক বাজেটত বিকশিত অসমৰ নতুন ৰূপৰেখা প্রস্তুত হৈছে৷ বিগত এটা দশকত ৰাজ্যখনে দেশৰ অগ্রণী ৰাজ্যৰ দিশে অগ্রসৰ হৈছে৷ প্রায় তিনি দশকজোৰা উগ্রপন্থীৰ হত্যা–হিংসাৰ…

আগবাৰিষাৰ বৰষুণতে জলমগ্ন ৰংঘৰ-তলাতল ঘৰ

নিয়মীয়া বাৰ্তা, ১৮ মাৰ্চঃ শিৱসাগৰ জিলাক বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে ইতিমধ্যে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছে৷ তেনে সময়তে গৌৰৱোজ্জ্বল আহোম ৰাজত্বকালৰ স্বাক্ষৰ বহন কৰা ৰংঘৰ আৰু তলাতল…

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৮ মার্চ, চ’ত মাহৰ ৪ তাৰিখ মঙলবাৰ : তিথি– কৃষ্ণা চতুর্থী, নক্ষত্র : স্বাতী, যাত্রা : নাই মেষ : মঙলৰ শুভ প্রভাৱত ধন আৰু ভূ–সম্পত্তি লাভৰ যোগ দেখা যায়৷ দিনটোত কিবা কাৰণত মানসিক দুখ পাব পাৰে৷ প্রেম–প্রণয়ত সাফল্য আহিব৷ আর্থিক ক্ষেত্রত…