পিএছএলক বুঢ়া আঙুলি দঃ আফ্রিকাৰ ক্রিকেটাৰৰ
নিউজ ডেস্ক, ১৮ মাৰ্চঃ ভাৰতৰ আইপিএল আৰু পাকিস্তান ছুপাৰ লীগ একে সময়তে অনুষ্ঠিত হ’ব৷ আনকি প্রতিযোগিতা আৰম্ভ হোৱাৰ আগতেই দুয়ো দেশৰ মাজত সংঘাত আৰম্ভ হয়৷ দক্ষিণ আফ্রিকাৰ এগৰাকী ক্রিকেটাৰে পাকিস্তানী লীগৰ দল এৰি আইপিএলৰ দলত যোগদান কৰাৰ অভিযোগত…