নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

‘গ্রীন কার্ড’তো আমেৰিকাত স্থায়ী বসবাস নহয়

নিউজ ডেস্ক, ১৭ মাৰ্চঃ ‘গ্রীন কার্ড’ থাকিলেই আমেৰিকাত স্থায়ীভাৱে অনির্দিষ্টকালৰ বাবে বসবাস নহয় এইবাৰ দেশখনৰ প্রব্রজন নীতিক লৈ মুখ খুলিলে উপ–ৰাষ্ট্রপতি জে ডি ভান্সে৷ শেহতীয়াকৈ আমেৰিকাত ‘গ’ল্ড কার্ড’ প্রচলনক লৈ চিন্তা–চর্চা কৰা বুলি উল্লেখ…

চীনৰ জনপ্রিয় ৰেষ্টুৰেণ্টৰ হটপটত মূত্রত্যাগ কর্মীৰ

নিউজ ডেস্ক, ১৭ মাৰ্চঃ হোটেল আৰু ৰেষ্টুৰেণ্টসমূহত খাদ্য যোগান ধৰাৰ সময়ত নূ্যনতম স্বাস্থ্যবিধি মানি চলাৰ নির্দিষ্ট নিয়ম আছে৷ সেই নিয়ম মানি নচলিলে জৰিমনা বাদেই, কঠোৰ শাস্তিও হ’ব পাৰে৷ হোটেল কর্তৃপক্ষক ইয়াৰ বাবে কঠোৰ শাস্তি প্রদান কৰিব পাৰে…

হিন্দুৰ উৎসৱত ৰং খেলিলে ক্রিকেটাৰৰ কন্যাই

নিউজ ডেস্ক, ১৭ মাৰ্চঃ চেম্পিয়নছ ট্রফী চলি থকা সময়ত ৰোজা নৰখা বাবে মহম্মদ ছামিক অপৰাধী আখ্যা দিছিল অল ইণ্ডিয়া মুছলীম জামাতে৷ এইবাৰ মৌলবাদীৰ প্রশ্নৰ সন্মুখীন হৈছে ছামিৰ কন্যা৷ সম্প্রতি দৌল উৎসৱৰ আনন্দত আত্মহাৰা হৈ পৰা দেখা গৈছিল ভাৰতীয়…

চেম্পিয়নছ ট্রফীৰ ফলাফলতেই স্পষ্ট ভাৰত–পাকিস্তানৰ মাজত শ্রেষ্ঠ কোন

নিউজ ডেস্ক, ১৭ মাৰ্চঃ চেম্পিয়নছ ট্রফীৰ মঞ্চত শ্রেষ্ঠত্বৰ খিতাপ আঁজুৰি আনিছে টীম ইণ্ডিয়াই৷ গ্রুপ পর্বত পাকিস্তানক পৰাস্ত কৰিছে ভাৰতে৷ এইবাৰ ভাৰত–পাক ক্রিকেট যুদ্ধ সম্পর্কে মুখ খুলিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ তেওঁ স্পষ্ট কৰি দিলে যে…

বড়ো জাতিৰ উত্তৰণত বৃহৎ ভূমিকা এবছুৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ মাৰ্চঃ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত কোকৰাঝাৰৰ দতমাত আয়োজিত নিখিল বড়ো ছাত্র সন্থা (এবছু)ৰ ৫৭সংখ্যক বার্ষিক অধিৱেশনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অংশগ্রহণ কৰে৷ এবছুৰ সভাপতি দ্বীপেন বড়োৰ…

অসম : নৱ ভাৰতৰ বিকাশৰ ইঞ্জিন

🔹 লোকেশ এ সিংহল হিমালয়ৰ পাদদেশত চিৰ প্রবাহিত মহাবাহুৰ পাৰত উত্তৰ–পূব ভাৰতৰ অসমভূমি৷ এতিয়ালৈকে অসমক সকলোৱে চাহ আৰু পেট্ৰ’লিয়াম উদ্যোগৰ বাবে জানিছিল, চিনিছিল, কিন্তু এতিয়া দৃশ্যপট সলনি হৈছে৷ আজিৰ অসমক অতি কম দিনৰ ভিতৰতে বিশ্বই ছেমিকণ্ডাক্টৰ…

বৈচিত্র্যময়ী হিন্দু ধর্ম বনাম শ্রীমন্ত শংকৰদেৱ সংঘ

🔹  ড০ অংকিতা দত্ত কেইদিনমানৰ পৰা শ্রীমন্ত শংকৰদেৱ সংঘ সন্দর্ভত সমাজৰ বিভিন্ন ক্ষেত্রৰ সন্মানীয় ব্যক্তিসকলে লিখা বিভিন্ন প্রবন্ধ আৰু স্তম্ভ আদি পঢ়ি পূর্বতে নজনা বহুতো কথা জানিবলৈ পাই আমি এগৰাকী ভাৰতীয় আৰু হিন্দু হিচাপে নিশ্চিতভাৱে উপকৃত…

ডিব্ৰুগড় বিমানবন্দৰত জব্দ ২২০০ দুষ্প্ৰাপ্য চেঙা মাছ

বিশেষ বাৰ্তা, ১৭ মাৰ্চঃ অসমৰ চেঙা মাছ যৌন ঔষধি হিচাপে ব্যৱহাৰ কৰা হয়! মানৱ জীৱনৰ সুন্দৰ যৌৱনক আজীৱন ধৰি ৰাখিবৰ বাবেই,এই চেঙা মাছৰ পৰা প্ৰস্তুত কৰা ঔষধ সেৱন কৰা হয় বুলিও আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰবাদ আছে। সচৰাচৰ অসমৰ গাঁৱৰ খাল বিলত বৰশী…

ভাৰতে শান্তি বিচাৰিলেও পাকিস্তানে ওভতাই দিছে ‘বিশ্বাসঘাতকতা’

নিউজ ডেস্ক, ১৭ মাৰ্চঃ ভাৰতে সকলো সময়তে শান্তি বিচাৰি আহিছে৷ কিন্তু পাকিস্তানে তাৰ পৰিৱর্তে ছায়া যুদ্ধ চলাই আহিছে৷ আমেৰিকান পোডকাষ্টাৰ লেক্স ফ্রিডমেনক দিয়া তিনিঘণ্টীয়া সাক্ষাৎকাৰত নতুন দিল্লী–ইছলামাবাদৰ সম্পর্কক লৈ এই মন্তব্য কৰিলে…

বৰদলৈ ট্রফী

বিশ্বৰ সকলোতকৈ জনপ্রিয় খেলবিধেই হৈছে ফুটবল৷ ছাছপেন্স, ৰোমাঞ্চ, থ্রীল, গ্লেমাৰ আৰু প্রচণ্ড গতিময়তাই ফুটবলক বিশ্বৰ সবাতোকৈ জনপ্রিয় ক্রীড়াত পৰিণত কৰিছে৷ কলা আৰু শাৰীৰিক শক্তিৰ অপূর্ব সমাহাৰ ফুটবল৷ নিজৰ জীৱিত কালত প্রায় সকলোৱে এবাৰলৈ হ’লেও এখন…