নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

এমবাপেৰ দুগলেৰে লা–লিগাৰ শীর্ষত ৰিয়েল মাদ্রিদ

নিউজ ডেস্ক, ১৭ মাৰ্চঃ লা–লিগা জয় কৰাৰ দৌৰত ৰিয়েলৰ সৈতে আছে বার্ছিলোনা আৰু এথলেটিকো মাদ্রিদ৷ তিনিওটা ক্লাবৰ মাজত অব্যাহত আছে তীব্র প্রতিদ্বন্দ্বিতা৷ পৰিস্থিতি এনে হৈছে গৈ যে এখন মেচত পইণ্ট নষ্ট কৰা মানেই দল পিছুৱাই যোৱাৰ সম্ভাৱনা৷ কিলিয়ান…

আইপিএলক প্রত্যাহ্বান জনাই ছৌদি আৰবত টি–২০ লীগ

নিউজ ডেস্ক, ১৭ মাৰ্চঃ ইণ্ডিয়ান প্রিমিয়াৰ লীগক প্রত্যাহ্বান জনাবলৈ ভাৰতৰ পৰা প্রায় ৩,৫০০ কিলোমিটাৰ দূৰত আৰম্ভ হৈছে নতুন বিশ্ব টি–২০ ক্রিকেট লীগৰ পৰিকল্পনা৷ ক্রিকেটৰ বজাৰ দখলৰ বাবে বিশ্বৰ বৃহত্তম টি–২০ ক্রিকেট লীগ আৰম্ভ কৰিব ছৌদি আৰবে৷ এই…

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৭ মার্চ, চ’ত মাহৰ ৩ তাৰিখ সোমবাৰ : তিথি– কৃষ্ণা তৃতীয়া, নক্ষত্র : চিত্রা, যাত্রা : শুভ মেষ : শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯৷ সংযম ৰাখি কথা পাতিব৷ আনে লোৱা টকা ঘূৰাই পাব৷ তিনিডাল ধূপ জ্বলাই ঘৰৰ চৌপাশ প্রদক্ষিণ কৰিব৷ বৃষ : শুভ ৰং…

ট্রাম্পক হত্যাৰ পৰিকল্পনা ! ভাইৰেল ভিডিঅ’ ফুটেজ

🔹 মার্কিন ৰাষ্ট্রপতি ড’নাল্ডৰ মুখত মহিলা সাংবাদিকৰ বুম নিউজ ডেস্ক, ১৬ মার্চ : বাতৰিৰ শিৰোনাম দখল কৰি থাকে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ মহিলা সাংবাদিক এগৰাকীয়ে ৰাষ্ট্রপতি ট্রাম্পৰ মুখত বুম সোমাই দিয়া ভিডিঅ’ ফুটেজ এটা সম্প্রতি…

২০৩০ চনত ভাগ ল’ব ৬৪টা দলে

🔹 বিশ্বকাপ ফুটবলৰ ১০০ বছৰ নিউজ ডেস্ক, ১৬ মার্চ : ১৯৩০ চনৰ পৰা আৰম্ভ হৈছিল ফিফা ফুটবল বিশ্বকাপ৷ ২০৩০ চনত প্রতিযোগিতাখনৰ শতবর্ষ উদযাপন কৰা হ’ব৷ সেইবাবেই ফিফাই উক্ত বছৰৰ বিশ্বকাপ বিশেষ ধৰণে উদযাপন কৰিব বিচাৰিছে৷ ২০৩০ চনৰ বিশ্বকাপ ৬৪টা দলৰ…

অক্টোবৰত মুকলি হ’ব বহুচর্চিত বটদ্রৱা প্রকল্প

🔹 গুৰুজনাৰ জন্মস্থানত দৌল পূর্ণিমাৰ দিনা মুখ্যমন্ত্রীৰ ঘোষণা বিশেষ বাৰ্তা, ১৬ মার্চ : ‘অক্টোবৰত ৰাইজৰ বাবে মুকলি কৰা হ’ব বহুপ্রতীক্ষিত বটদ্রৱা প্রকল্প৷ বটদ্রৱা প্রকল্পই সামগ্রিকভাৱে অঞ্চলটোৰ ভৱিষ্য দর্শনৰ আধাৰত জাতীয় জীৱনৰ ভেটি সুৰক্ষিত…

নীপকোত ১৩৫টা শিক্ষা নবিচৰ পদ খালী

🔹 আবেদনৰ অন্তিম তাৰিখ ২৩ মার্চ নর্থ ইষ্টার্ন ইলেক্ট্রিক পাৱাৰ কর্প’ৰেচন লিমিটেডত খালী হোৱা শতাধিক শিক্ষা নবিচ পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

কাউণ্টী চেম্পিয়নশ্বিপৰ বাবে সাজু য়ুজবেন্দ্র চাহাল

🔹 চলিত ছিজনত নর্দাম্পটনশ্বায়াৰৰ হৈ খেলিব চাহালে নিউজ ডেস্ক, ১৬ মার্চ : ইংলেণ্ডত অনুষ্ঠিত হ’বলগীয়া কাউণ্টী চেম্পিয়নশ্বিপত খেলিবলৈ পুনৰ সাজু হৈছে সম্প্রতি ভাৰতীয় দলৰ বাহিৰত থকা য়ুজবেন্দ্র চাহাল৷ চলিত ছিজনত নর্দাম্পটনশ্বায়াৰৰ হৈ খেলিব চাহালে৷…

পৰম্পৰা ভংগৰ পথত প্রশিক্ষক গৌতম গম্ভীৰ

🔹 দ্রাবিড় বা শাস্ত্রী যুগত নাছিল এই নিয়ম নিউজ ডেস্ক, ১৬ মার্চ : ৰাহুল দ্রাবিড় অথবা ৰবি শাস্ত্রীয়েও কৰা নাছিল৷ টীম ইণ্ডিয়াৰ মুখ্য প্রশিক্ষক গৌতম গম্ভীৰে পৰম্পৰা ভাঙি সেই পথত আগবাঢ়িবলৈ ওলাইছে৷ বর্তমান চেম্পিয়নছ ট্ৰফীৰ পিছত আন্তঃৰাষ্ট্রীয়…

কেন্দ্রৰ ২০০০ কোটি টকা হেৰুৱাবলৈও সাজু

🔹 হিন্দী ভাষা বলৱৎ নকৰাক লৈ আঁকোৰগোজ স্থিতিত তামিলনাডুৰ মুখ্যমন্ত্রী নিউজ ডেস্ক, ১৬ মার্চ : ৰাষ্ট্রীয় শিক্ষানীতিৰ অধীনত তিনি ভাষা আর্হিৰ বিৰোধিতাৰে হিন্দী ভাষা বলৱৎ নকৰাক লৈ আঁকোৰগোজ স্থিতিত তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টেলিন৷ হিন্দী…