২০২৯ৰ ভিতৰত মঙল গ্রহত পদার্পণ কৰিব মানৱে
🔹 ব্যক্তিগত মহাকাশ কোম্পানী স্পেচ এক্সৰ মুৰব্বী এলন মাস্কৰ ঘোষণা
নিউজ ডেস্ক, ১৬ মার্চ : ৰঙা গ্রহ মঙলত জীৱৰ বসতিস্থলক লৈ মহাকাশ বিজ্ঞানীসকলৰ অধ্যয়ন-গৱেষণা অব্যাহত আছে৷ মঙল অভিযান ইতিপূর্বে আৰম্ভ হৈছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ ব্যক্তিগত খণ্ডৰ…