বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত ঝংকাৰলৈ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্যৰ ছবি
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ মাৰ্চঃ মুক্তিৰ পূৰ্বেই অসমীয়া বোলছবি 'ঝংকাৰ'লৈ সুখবৰ আহিছে সুদূৰ বাৰ্লিনৰ পৰা। মুক্তিৰ অপেক্ষাত থকা ড° জয়ন্তী চুতীয়া প্ৰযোজিত আৰু হেম চন্দ্ৰ বৰা পৰিচালিত ছবি ঝংকাৰে বাৰ্লিন কিট্জ চলচ্চিত্ৰ মহোৎসৱত চাৰিটাকৈ…