অমৃতসৰৰ ঠাকুৰদ্বাৰ মন্দিৰত বোমাসদৃশ বস্তু নিক্ষেপ যুৱকৰ
নিউজ ডেস্ক, ১৫ মাৰ্চঃ পঞ্জাবৰ অমৃতসৰৰ আটৰী ৰোডৰ খাণ্ডৱালা অঞ্চলৰ ঠাকুৰদ্বাৰ মন্দিৰত আক্ৰমণ। নিশা বাইকত অহা দুজন যুৱকে বোমাসদৃশ বস্তু নিক্ষেপ কৰি বিস্ফোৰণ ঘটাই মন্দিৰ ভৱনটোৰ ক্ষতি কৰে।
এই আক্ৰমণৰ পিছত আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ তদন্ত…