নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

পৌৰসভাৰ বিৰুদ্ধে প্ৰতিবাদ ধুবুৰীৰ চ’ক বজাৰৰ ব্যৱসায়ীৰ

নিয়মীয়া বাৰ্তা, ১৩ মাৰ্চঃ পদপথৰ ক্ষুদ্ৰ ব্যৱসায়ীক উচ্ছেদ তথা ব্যৱসায়িক প্ৰতিষ্ঠান নিজৰ নিজৰ দোকানৰ সামগ্ৰী পদপথ দখল কৰি ৰখাৰ ক্ষেত্রত জাৰী কৰা নিষেধাজ্ঞা অন্যথা বিশাল অংকৰ জৰিমনা বিহাৰ ধুবুৰী পৌৰসভাৰ সাম্প্ৰতিক এক নিৰ্দেশনাক লৈ আজি…

ঢকুৱাখনা কলেজত বিশেষ প্ৰদৰ্শনী আৰু মৃৎ ভাস্কৰ্য নিৰ্মাণৰ কৰ্মশালা

নিয়মীয়া বাৰ্তা, ১৩ মাৰ্চ : ৰাজ্য চৰকাৰৰ সংগ্ৰহালয় সঞ্চালকালয় আৰু খিলঞ্জীয়া-জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ উদ্যোগত তথা ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্তশাসিত)-ৰ সহযোগত মহাবিদ্যালয়খনত বুধবাৰৰ পৰা দুদিনীয়াকৈ অনুস্থিত হৈছে প্রাচীন…

হোলীৰ আনন্দত নিৰানন্দ : আকাশ চুলেগৈ সোণৰ দামে

নিউজ ডেস্ক, ১৩ মাৰ্চঃ আজি ভাৰতত বৃদ্ধি পালে সোণৰ মূল্য। ২০২৫ চনৰ ১৩ মাৰ্চত এই তথ্য লিখাৰ সময়ত এমচিএক্সত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৮৬,৯৯০ টকা। আজি দিল্লীত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৮৬,৯৯০ টকা। কলকাতা, মুম্বাই, চেন্নাইৰ দৰে…

হোলী-শুকুৰবৰীয়া নামাজৰ বাবে উত্তৰপ্ৰদেশত অভেদ্য দুৰ্গ

নিউজ ডেস্ক, ১৩ মাৰ্চঃ উত্তৰ প্ৰদেশৰ প্ৰশাসনে উত্তৰ প্ৰদেশত হোলী আৰু শুকুৰবাৰৰ বাবে বিস্তৃত প্ৰস্তুতি চলাইছে। কিছুমান জিলাত শোভাযাত্ৰা পথত অৱস্থিত মছজিদসমূহ সামৰি লোৱা হৈছে। ইয়াৰ ভিতৰত শ্বাহজাহানপুৰ, চম্বল, আলিগড় আদি। শ্বাহজাহানপুৰত লাট…

ৰিলায়েঞ্চ জিঅ’ৰে ষ্টাৰলিংকৰ চুক্তি, এয়াৰটেলক প্ৰত্যাহ্বান

নিউজ ডেস্ক, ১৩ মাৰ্চঃ এয়াৰটেলৰ সৈতে ইতিমধ্যে মার্কিন ধনকুবেৰ ইলন মাস্কৰ সংস্থা স্পেচএক্সৰ ষ্টাৰলিংকৰ চুক্তি হৈছে৷ অর্থাৎ ষ্টাৰলিংক সেৱা লাভৰ ক্ষেত্রত এয়াৰটেলে সহযোগিতা আগবঢ়াব৷ একেই পথ এইবাৰ অনুসৰণ কৰিলে ৰিলায়েঞ্চৰ জিঅ’য়ে৷ ভাৰতত ষ্টাৰলিংক…

অপহৃত ৰে’লৰ ৫০ পণবন্দীক হত্যা বিদ্রোহীৰ

নিউজ ডেস্ক, ১৩ মাৰ্চঃ পাকিস্তানত বেলুচিস্তান লিবাৰেল আর্মীৰ ৰে’ল অপহৰণৰ ৰুদ্ধশ্বাস নাটক অব্যাহত আছে৷ বেলুচ বিদ্রোহীয়ে পাহাৰীয়া অঞ্চল ব’ল’নত চাৰি শতাধিক যাত্রীক পণবন্দী কৰি জাফৰ এক্সপ্রেছ অপহৰণ কৰাৰ পিছত বেলুচ বিদ্রোহীৰ পৰা পণবন্দীক মুকলি…

শীঘ্ৰেই এক দেশ, এক নির্বাচনক লৈ ৱেবছাইট

নিউজ ডেস্ক, ১৩ মাৰ্চঃ এক দেশ, এক নির্বাচনক লৈ সংসদীয় যৌথ কমিটীয়ে অতি শীঘ্রে মুকলি কৰিব ৱেবছাইট৷ দেশৰ নাগৰিকসকলৰ এই বিষয়টো সন্দর্ভত মতামত সংগ্রহৰ লক্ষ্যৰে ৱেবছাইট মুকলি কৰা হ’ব৷ কমিটীৰ বৈঠকত সংসদীয় যৌথ কমিটীৰ সদস্য তথা ৰাজ্যসভাৰ সাংসদ, দেশৰ…

প্রধানমন্ত্রী মোদীক মৰিছাছৰ সর্বোচ্চ অসামৰিক সন্মান প্ৰদান

নিউজ ডেস্ক, ১৩ মাৰ্চঃ দুদিনীয়া ভ্রমণসূচীৰে মৰিছাছত উপস্থিত হয় প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ ভাৰতৰ প্রধানমন্ত্রী মোদীক দেশখনৰ সর্বোচ্চ অসামৰিক সন্মান আগবঢ়ায় ৰাষ্ট্রপতি ধৰম গোখুলে৷ ইয়াৰ পূর্বে দেশখনৰ প্রাক্তন প্রধানমন্ত্রী প্রবীন্দ কুমাৰ…

কন্যা শিশুক হ*ত্যা কৰি তে*জ মন্দিৰৰ ছিৰিত সানিলে তান্ত্রিকে

নিউজ ডেস্ক, ১৩ মাৰ্চঃ নিজৰ বাসগৃহৰ সন্মুখত খেলি আছিল এটি পাঁচ বছৰীয়া শিশু কন্যা৷ কিন্তু এই কন্যা শিশুটি যে কু–সংস্কাৰৰ বলি হ’ব লাগিব সেয়া সপোনতো কোনেও ভবা নাছিল৷ তন্ত্র সিদ্ধিৰ বাবে ঘৰৰ সন্মুখত খেলি থকা শিশুটিক ডিঙি কাটি হত্যা কৰে এজন…

সম্পাদকীয় : ছিৰিয়াত ৰক্তস্নান

পুনৰ ছিৰিয়াত আৰম্ভ হৈছে নৰমেধ৷ গৃহযুদ্ধত বিধ্বস্ত দেশখনত যোৱা ডিচেম্বৰ মাহত ৰাষ্ট্রপতি বাছাৰ আল–আছাদক ক্ষমতাচ্যুত কৰি শাসনলৈ আহিছিল ইছলামিষ্ট বিদ্রোহী গোট৷ বিদ্রোহীৰ নেতৃত্বত দেশখনত অন্তর্ৱর্তী চৰকাৰ গঠন হৈছে৷ আছাদে পদত্যাগ কৰি ৰাছিয়ালৈ…