নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

এদিনীয়া ৰেংকিঙৰ শীৰ্ষত গিল, তৃতীয়লৈ উন্নীত ৰোহিত

নিউজ ডেস্ক, ১৩ মাৰ্চঃ আইচিচি এদিনীয়া ৰেংকিঙৰ বেটিং শাখাৰ শীর্ষ পাঁচত স্থান লাভ কৰিলে টীম ইণ্ডিয়াৰ তিনিগৰাকী খেলুৱৈয়ে৷ বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থা আইচিচিয়ে  প্রকাশ কৰা এদিনীয়া ৰেংকিঙৰ বেটিং শাখাত তাৰকা অপেনাৰ শুভমন গিলে শীর্ষস্থানটো নিজৰ…

ৰঙৰ উৎসৱ ফাকুৱা : হোলীৰ সামগ্রী বিচাৰি বজাৰে বজাৰে গ্রাহক

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ মাৰ্চঃ হোলীৰ প্রাক্ক্ষণত মহানগৰীৰ বিভিন্ন প্রান্তৰ সমান্তৰালভাৱে ফাঁচীবজাৰত ওলাহছে বিভিন্ন সামগ্রী৷ এইবাৰ গ্রাহকক আকর্ষিত কৰিবলৈ ফাঁচীবজাৰত ওলাইছে কলকাতাৰ মোদী মাস্ক৷ দেশৰ প্রধানমন্ত্রীগৰাকীৰ অবিকল মাস্ক…

গুৱাহাটীত প্রকল্প ব্যৱস্থাপনা কার্যালয় স্থাপনৰ কুচকাৱাজ ইউৰোপীয় সংঘৰ

বিশেষ বার্তা, ১৩ মার্চঃ অচিৰেই গুৱাহাটীত স্থাপন কৰা হ’ব ইউৰোপীয় সংঘৰ প্রকল্প ব্যৱস্থাপনাৰ কার্যালয়৷ শেহতীয়াকৈ গুৱাহাটীত সম্পন্ন হৈ যোৱা ‘এডভাণ্টেজ আছাম’ৰ পিছত ইউৰোপীয় সংঘই ইয়াৰ কুচকাৱাজ আৰম্ভ কৰিছে৷ নতুন দিল্লীত ভাৰতত থকা ইউৰোপীয় সংঘৰ…

আজি বৰদলৈ ট্রফীৰ ফাইনেল : সমুখসমৰত নর্থ-ইষ্ট বনাম ৰে’লৱে

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ মাৰ্চঃ ভাৰতৰত্ন লোকপ্রিয় গোপীনাথ বৰদলৈ ট্রফী ফুটবল প্রতিযোগিতাৰ ৭০সংখ্যক সংস্কৰণৰ আজি অনুষ্ঠিত হ’ব খিতাপ যুঁজৰ মেচ৷ আজি বিয়লি ৩.৩০ বজাত গুৱাহাটীৰ জজ খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া ফাইনেল মেচখনত নর্থ–ইষ্ট ইউনাইটেড এফ…

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৩ মার্চ, ফাগুন মাহৰ ২৮ তাৰিখ বৃহস্পতিবাৰঃ তিথি– শুক্লা চতুর্দশী, নক্ষত্রঃ পূর্বফাল্গুনী, যাত্রাঃ নাই মেষঃ পাৰিবাৰিক জীৱনত স্বামী–স্ত্রীৰ মাজত মতানৈক্য হ’ব পাৰে৷ পৰাপক্ষত আজি আপুনি যাত্রা নকৰাই ভাল৷ মন্দিৰত পূজা–পাতল কৰি ল’ব৷ শুভ ৰং…

ম্যানমাৰ–থাইলেণ্ডৰ পৰা ২৮৩ ভাৰতীয়ক উদ্ধাৰ

নিউজ ডেস্ক, ১২ মাৰ্চঃ চাকৰিৰ প্রলোভনেৰে ম্যানমাৰলৈ লৈ গৈ নিয়োগ কৰা হৈছিল কল চেণ্টাৰত৷ এই ভাৰতীয় তৰুণসকলক ব্যৱহাৰ কৰি ভাৰতত চলোৱা হৈছিল চাইবাৰ প্রতাৰণা চক্র৷ দীর্ঘদিন ধৰি চাইবাৰ প্রতাৰকসকলৰ হাতত ক্রীতদাসৰ দৰে বন্দী হৈ থাকিবলগীয়া হৈছিল ভাৰতীয়…

আইপিএলৰ প্ৰথম মেচত নিষিদ্ধ অধিনায়ক হাৰ্দিক, কাৰণটো কি?

নিউজ ডেস্ক, ১২ মাৰ্চঃ আই পি এলৰ প্ৰাৰম্ভিক মেচসমূহ মুম্বাই ইণ্ডিয়ানছৰ বাবে প্ৰত্যাহ্বানমূলক হ’বলৈ গৈ আছে। আঘাতৰ বাবে যশপ্ৰীত বুমৰাহ কেইখনমান মেচৰ পৰা আঁতৰি থাকিব পাৰে। আনহাতে অধিনায়ক হাৰ্দিক পাণ্ডিয়াই নিষেধাজ্ঞাৰ বাবে আই পি এলৰ প্ৰথমখন…

বৰাকৰ পৰা ৰাজস্থানলৈ সৰবৰাহ কৰা ৩ নাবালিকাক উদ্ধাৰ কাছাৰ আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ১২ মাৰ্চ : কাছাৰ আৰক্ষীয়ে বৰাক উপত্যকাৰ পৰা ৰাজস্থানত সৰবৰাহ কৰি বিক্ৰী হোৱা ৩ গৰাকী নাবালিকাক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আজি শিলচৰত সংবাদ মেলত কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই এই কথা সদৰী কৰিছে। তেওঁ কয় যে কাটিগড়া…

এখন মেচহে আয়োজিত খেলপথাৰত ব্যয় ১৫০০ কোটি টকা, কিন্তু কিয়?

নিউজ ডেস্ক, ১২ মাৰ্চঃ আইচিচিয়ে ৮ বছৰৰ পাছত চেম্পিয়নছ ট্ৰফী প্ৰতিযোগিতাখন ঘূৰাই আনিছিল, যাৰ আয়োজন পাকিস্তানৰ হাতত অৰ্পণ কৰা হৈছিল। যিহেতু পাকিস্তানে ২৯ বছৰৰ পাছত আইচিচিৰ অনুষ্ঠান আয়োজন কৰিছিল, সেয়েহে দাবী কৰা হৈছিল যে খেলপথাৰ সংস্কাৰৰ…

আঘাতপ্ৰাপ্ত ৰাজস্থান ৰয়েলছৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সদস্য

নিউজ ডেস্ক, ১২ মাৰ্চঃ আই পি এল ২০২৫ৰ পূৰ্বে ৰাজস্থান ৰয়েলছৰ বাবে এটা বেয়া খবৰ। দলটোৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় আঘাতপ্ৰাপ্ত হৈছে। দ্ৰাবিড়ৰ ভৰিত আঘাত পোৱা বুলি জানিব পৰা গৈছে। ৰাজস্থান ৰয়েলছৰ ফ্ৰেঞ্চাইজিয়ে নিজেই নিশ্চিত কৰিছে যে…