নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

এলপি-এম ই স্কুলৰ শিক্ষকক মেট্ৰিকৰ উত্তৰবহী চোৱাৰ দায়িত্ব

নিয়মীয়া বাৰ্তা, ১২ মাৰ্চ : কাছাৰ জিলাৰ লক্ষ্মীপুৰৰ মূল্যায়ন কেন্দ্ৰত এল পি স্কুলৰ টেট শিক্ষকক হাইস্কুল‌ শিক্ষান্ত পৰীক্ষাৰ উত্তৰবহী পৰীক্ষা কৰাৰ দায়িত্ব দিয়াৰ ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জানিব পৰা মতে, এইবাৰ কাছাৰ জিলাৰ…

আজিৰ দিনটোৰ ৰাশিফল

আজি ১২ মার্চ, ফাগুন মাহৰ ২৭ তাৰিখ বুধবাৰ : তিথি– শুক্লা ত্রয়োদশী, নক্ষত্র : মঘা, যাত্রা : নাই মেষ : ব্যৱসায় ক্ষেত্রত খৰচ বৃদ্ধি৷ পাৰিবাৰিক দিশত অশান্তি হ’ব পৰে৷ কামৰ চাপ বৃদ্ধি হ’ব৷ স্ত্রীৰ লগত অলপ বিবাদ হ’ব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ২৷…

নতুনকৈ ৪০,৬৯৭ পদৰ বিজ্ঞাপন প্রকাশ, ১,১৯,৮৯৯জনক চাকৰি প্ৰদান

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ মাৰ্চঃ প্রতিশ্রুতি অনুসৰি বর্তমানৰ ৰাজ্য চৰকাৰখনে যুৱক–যুৱতীসকলক্ দিয়া ১ লাখ নিযুক্তি প্রদানৰ প্রতিশ্রুতি সফলভাৱে সম্পন্ন কৰিবলৈ সক্ষম হৈছে৷ আগন্তুক ২০২৫–২৬ বিত্তীয় বর্ষৰ বাবে বিধানসভাৰ মজিয়াত দাখিল কৰা বাজেটত…

নগদ ১ লাখ টকাসহ দুই নাগৰিকক কৰায়ত্ত

নিয়মীয়া বাৰ্তা, ১১ মাৰ্চঃ ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তত আজি পুৱতিনিশা সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)-এ চলোৱা এক অভিযানত দুজন ব্যক্তি কৰায়ত্ত হোৱাৰ উপৰিও ধৃতদ্বয়ৰ পৰা নগদ ১ লাখ টকা উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, গোপন…

ইণ্ডিয়ান অইল কর্প’ৰেচনত পদ খালী

🔹 আবেদনৰ অন্তিম তাৰিখ ১৮ মার্চ ইণ্ডিয়ান অইল কর্প’ৰেচন লিমিটেডত খালী হোৱা একাধিক পদৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা অনলাইনযোগে আবেদন বিচৰা হৈছে৷

ফেব্রুৱাৰী মাহতে হিতাধিকাৰীক দিয়া হ’ব অৰুণোদয়ৰ চাৰি মাহৰ ধন

🔹 অৰুণোদয় আঁচনিৰ হিতাধিকাৰী ৩৭ লাখলৈ পাব বৃদ্ধি বিশেষ বাৰ্তা, ১১ মার্চ : অৰুণোদয় আঁচনি ৩.০ৰ জৰিয়তে হিতাধিকাৰীৰ সংখ্যা ৩৭.২ লাখলৈ বৃদ্ধি কৰা হ’ব৷ বিধানসভাত কালি ২০২৫–২৬ বর্ষৰ বাজেট দাখিল কৰি বিত্তমন্ত্রী অজন্তা নেওগে এই কথা ঘোষণা কৰে৷…

বহিঃৰাজ্যত মৃত ব্যক্তিৰ মৃতদেহ অনাৰ ব্যয় বহন কৰিব চৰকাৰে

🔹 বিত্তমন্ত্রী অজন্তা নেওগৰ ঘোষণা বিশেষ বাৰ্তা, ১১ মার্চ : পৰৱর্তী ২০২৫–২৬ বিত্তীয় বর্ষৰ বাবে কালি বিত্তমন্ত্রী অজন্তা নেওগে দাখিল কৰা বাজেটে সুখবৰ কঢ়িয়াই আনিছে চাহ শ্রমিকসকললৈ৷ বিত্তমন্ত্রী নেওগে কৰা বাজেট ঘোষণা অনুসৰি ৰাজ্যৰ ৬.৮ লাখ…

ৰাহুল নে অক্ষৰ : DCৰ অধিনায়কৰ দৌৰত কোন?

নিউজ ডেস্ক, ১১ মাৰ্চঃ আই পি এল ২০২৫ত দিল্লী কেপিটেলছৰ নতুন অধিনায়ক সন্দৰ্ভত আহিছে এটা ডাঙৰ আপডেট। এতিয়ালৈকে দিল্লী একমাত্ৰ দল যিয়ে নিজৰ অধিনায়ক নিযুক্তি দিয়া নাই। শেহতীয়াকৈ খবৰ আহিছিল যে দিল্লী দলৰ কমাণ্ড কে এল ৰাহুল বা অক্ষৰ পেটেলক…

ছিৰিয়াত তিনি দিনৰ সংঘর্ষত নিহত দুহেজাৰ লোক

🔹 পৰিচয়–পত্র পৰীক্ষা কৰি হত্যা আছাদৰ ‘আলৱাইট’ সম্প্রদায়ৰ লোকক নিউজ ডেস্ক, ১১ মার্চ : পৰিস্থিতি ক্রমশঃ জটিল হৈ পৰিছে ছিৰিয়াত৷ পশ্চিম এছিয়াৰ এই দেশখনত উপকূলৱর্তী অঞ্চলসমূহত জ্বলিছে প্রতিশোধৰ জুই৷ ৰক্তক্ষয়ী সংঘাতে পুনৰ মূৰ দাঙি উঠিছে…

নগৰবেৰাৰ কল্যাণপুৰত খোৱাপানীৰ বাবে হাহাকাৰ

নিয়মীয়া বাৰ্তা, ১১ মাৰ্চ : নগৰবেৰাৰ কল্যাণপুৰত যেন ভেঁকোভাওনাত পৰিণত হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশুদ্ধ খোৱাপানী যোগান আঁচনি। নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ সাত মাহ পাছতেই বিকল পানী যোগান আঁচনি। খোৱাপানী বিচাৰি সম্প্ৰতি অব্যাহত আছে ৰাইজৰ…