নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ধুবুৰীৰ হোটেল-ৰেষ্টুৰেণ্ট, পদপথৰ দোকানৰ খাদ্য কিমান স্বাস্থ্যসন্মত!

নিয়মীয়া বাৰ্তা, ১১ মাৰ্চঃ ধুবুৰীৰ বিভিন্ন হোটেল,ৰেষ্টুৰেন্টকে ধৰি চহৰখনৰ পদপথতো থকা বিভিন্ন খাদ্য সামগ্ৰীৰ দোকানসমূহৰ খাদ্য কিমান স্বাস্থ্যসন্মত? দীৰ্ঘদিনৰ পৰাই জনজীৱনৰ সৈতে গুৰুত্বপূৰ্ণ এই প্ৰশ্ন উত্থাপিত কৰি আহিছে বহুতেই। উল্লেখ্য যে,…

অসম-মেঘালয় সীমান্তৱৰ্তী সেউৰাগুৰিত পথ দুৰ্ঘটনা, থিতাতে নিহত ১

নিয়মীয়া বাৰ্তা, ১১ মাৰ্চ : অসম মেঘালয় সীমান্তৱৰ্তী সেউৰাগুৰীত আজি পুৱাই সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। থিয় হৈ থকা মালবাহী ট্ৰাক এখনত পিছফালৰ পৰা প্ৰচণ্ড বেগেৰে অহা পিক আপ ভেনে খুন্দিয়ায়। ফলত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো আৰু থিতাতে নিহত…

টেঙাভেলী আর্মী পাব্লিক স্কুলত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ১২ মার্চ আর্মী পাব্লিক স্কুলত ২০২৫ শৈক্ষিক বর্ষত পাঠদানৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

অস্ত্র আমদানিৰ ক্ষেত্রত বিশ্বৰ দ্বিতীয় স্থানত ভাৰত

🔹 ছুইডেনৰ সংস্থা ‘ছিপ্রি’ৰ প্রতিবেদনৰ তথ্য নিউজ ডেস্ক, ১১ মার্চ : প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ‘আত্মনির্ভৰ ভাৰত’ আৰু ‘মেক ইন ইণ্ডিয়া’ শ্ল’গান সফল কৰি তুলিবলৈ বিগত কেইবছৰমান অস্ত্র আৰু সামৰিক সৰঞ্জামৰ আমদানি হ্রাস কৰিছে প্রতিৰক্ষা…

আশাৰ বাজেট : জল মেট্ৰ’, অংগনৱাড়ী কৰ্মী, চাহ শ্ৰমিকৰ পৰা যুৱ লেখকলৈ…

ফাঁচী বজাৰৰ পৰা বিমানবন্দৰলৈ চলিব জল মেট্র’ খানাপাৰাৰ পৰা আজাৰালৈ কেবল কাৰ–এৰিয়েল ট্রাম বাছ চলোৱাৰ পৰিকল্পনা নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ মাৰ্চঃ বিমান যাত্রীসকলে সন্মুখীন হৈ অহা যান–জঁটৰ সমস্যাৰ পৰা পৰিত্রাণ দিবলৈ ফাঁচী বজাৰৰ পৰা লোকপ্রিয়…

মহাকাশলৈ অসমে প্রেৰণ কৰিব নিজা উপগ্রহ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ মাৰ্চঃ মহাকাশত খোজ দিয়াৰ লক্ষ্যৰে অসম চৰকাৰে স্থাপন কৰিব এক কৃত্রিম উপগ্রহ৷ ২০২৫–২৬ বর্ষৰ বাজেট উত্থাপন কৰি বিধানসভাত বিত্তমন্ত্রী অজন্তা নেওগে কৰা ঘোষণাৰ পাছতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই চৰকাৰৰ এই…

বিকশিত অসমৰ ভৱিষ্যৎ পৰিকল্পনাৰে জনমুখী বাজেট

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ মাৰ্চঃ বিকশিত অসমৰ এক ভৱিষ্যৎ পৰিকল্পনা হিচাপে সামগ্রিক বিকাশৰ বুনিয়াদ সবলীকৰণৰ লক্ষ্যৰে সদনত বিত্তমন্ত্রী অজন্তা নেওগে ২০২৫–২৬ বিত্তীয় বর্ষৰ বাবে ক’তো কোনোধৰণৰ কৰ আৰোপ নকৰাকৈ ১,৫৫,৪২৮.৭৫ কোটি টকাৰ বাজেট দাখিল…

শ্রেষ্ঠ ছবিসহ ১০টা বঁটাৰে উজলিল লাপাটা লেডিজ

শ্রেষ্ঠ অভিনেতা ভুলভুলায়া–৩ৰ বাবে কার্তিক আয়ন শ্রেষ্ঠ অভিনেত্রী লাপাটা লেডিজৰ নীতাংশি গোয়েল শ্রেষ্ঠ নির্দেশক লাপাটা লেডিজৰ কিৰণ ৰাও শ্রেষ্ঠ সংগীত পৰিচালক ৰাম সম্পট (লাপাটা লেডিজ) শ্রেষ্ঠ কণ্ঠশিল্পী জুবিন নৌটিয়েল, শ্রেষ্ঠ মহিলা…

ৰাজ্যৰ দ্বিতীয়খন ৰাজধানী হিচাপে পৰিগণিত হব ডিব্রুগড়

অসম মালা আঁচনিৰ অধীনত প্রতিখন জিলাতে নির্মাণ হ’ব ২৫ কিঃমিঃ পথ পাথাৰকান্দিত স্থাপন হ’ব কৃষি মহাবিদ্যালয় নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ মাৰ্চঃ ৰাজ্যৰ আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্যৰে  বিত্তমন্ত্রী অজন্তা নেওগে উত্থাপন কৰা চলিত বর্ষৰ বাজেটত এলানি…

১৬ মার্চত পৃথিৱীলৈ উভতিব মহাকাশচাৰী সুনীতা–উইলমোৰ

নিউজ ডেস্ক, ১১ মাৰ্চঃ অপেক্ষাৰ অন্ত পৰি আহিছে৷ ৯ মহীয়া অপেক্ষাৰ শীঘ্রে অৱসান ঘটিব৷ অৱশেষত পৃথিৱীলৈ ওভতাৰ বাবে সাজু হৈছে মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলমোৰ৷ সাংবাদিক সন্মিলনত সুনীতা আৰু উইলমোৰক ওভতাই অনাৰ তাৰিখ ঘোষণা কৰিছে মার্কিন…