নলবাৰীৰ পশুপালন-পশু চিকিৎসা বিভাগৰ চাৰি বিষয়া-কৰ্মচাৰীক বঁটা প্ৰদান
বিশেষ বাৰ্তা, ১২ মাৰ্চঃ নলবাৰী জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়াৰ কাৰ্যালয়ৰ চাৰি দক্ষ বিষয়া-কৰ্মচাৰীক বিভাগীয়ভাৱে সন্মানিত কৰি বঁটা প্ৰদান কৰা হয়।এই উপলক্ষে আজি নলবাৰী জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়াৰ কাৰ্যালয়ত আয়োজিত এক বঁটা প্ৰদান…