নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

আন এক মাইলৰ খুঁটিত বিৰাট কোহলি

🔹 খেলপথাৰত প্রৱেশ কৰাৰ লগে লগে অভিলেখৰ পৃষ্ঠাত নাম সন্নিৱিষ্ট নিউজ ডেস্ক, ১০ মার্চ : চেম্পিয়নছ ট্রফীৰ ফাইনেলত খেলাৰ বাবে খেলপথাৰত প্রৱেশ কৰাৰ লগে লগে অভিলেখৰ পৃষ্ঠাত নাম সন্নিৱিষ্ট হয় টীম ইণ্ডিয়াৰ তাৰকা বেটাৰ বিৰাট কোহলিৰ৷ এতিয়ালৈকে…

মাজুলী–শিৱসাগৰৰ মনোনয়নত অনুমোদন কেবিনেটৰ

🔹 চৰাইদেউৰ পিছত বিশ্ব ঐতিহ্যক্ষেত্র বিশেষ বাৰ্তা, ১০ মার্চ : আহোম ৰাজত্বৰ সাক্ষী চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্রৰ মর্যাদা লাভ কৰাৰ পিছত আন এক গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰিছে ৰাজ্য চৰকাৰে৷ এইবাৰ শিৱসাগৰ আৰু মাজুলীক ইউনেস্ক’ৰ অনুমোদন…

গৃহ মন্ত্রালয়ৰ ক্লীয়াৰেঞ্চতহে অসমত হ’ব নার্ছিং-ডেণ্টেল কলেজ

🔹 ক’চিং চেণ্টাৰক লগাব নাকী 🔹 জিলা পৰিবহণ বিষয়াৰ কার্যালয় নহয়, এতিয়াৰে পৰা ড্রাইভিং ইনষ্টিটিউটেহে দিব ড্রাইভিং লাইচেঞ্চ বিশেষ বাৰ্তা, ১০ মার্চ : ৰাজ্যত এতিয়াৰে পৰা কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ ক্লীয়াৰেঞ্চতহে হ’ব নার্ছিং–ডেণ্টেল কলেজ–ফার্মাচী…

হোৱাইট হাউছত মার্কিন ৰাষ্ট্রপতি ট্রাম্পক হত্যাৰ চেষ্টা !

🔹 মাজনিশা ট্রাম্পৰ বাসভৱনৰ সন্মুখত সশস্ত্র যুৱকলৈ গুলী নিউজ ডেস্ক, ১০ মার্চ : হোৱাইট হাউছত মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পক হত্যাৰ চেষ্টা ! ট্রাম্পৰ বাসভৱনৰ সন্মুখত সন্দেহজনক এজন সশস্ত্র যুৱকক গুলী কৰে নিৰাপত্তা বাহিনীয়ে৷ পৰহি মাজনিশা…

দক্ষিণ এছিয়াৰ ভিতৰত ভাৰতত হ্রাস বাল্য বিবাহৰ হাৰ

🔹 ইউনিচেফৰ শেহতীয়া প্রতিবেদনৰ তথ্য বিশেষ বাৰ্তা, ১০ মার্চ : এছিয়াৰ ভিতৰত বাল্য বিবাহৰ হাৰ আটাইতকৈ বেছি বাংলাদেশত৷ ৰাষ্ট্রসংঘৰ শাখা সংগঠন ইউনিচেফৰ শেহতীয়া এক প্রতিবেদনত প্রকাশ পাইছে এই তথ্য৷ সংস্থাটোৰ তথ্য অনুসৰি, বিগত আঢ়ৈ দশকত বিশ্বজুৰি…

গেলাৰীত ৰহস্যময়ী সুন্দৰীৰ সৈতে চাহাল

🔹 আইচিচি চেম্পিয়নছ ট্রফীৰ ফাইনেলত ন-ৰূপত যুজৱেন্দ্র নিউজ ডেস্ক, ১০ মার্চ : কিছুদিন পূর্বে ধনশ্রী বার্মাৰ সৈতে বিবাহ বিচ্ছেদ হোৱা যুজৱেন্দ্র চাহালক চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত দেখা গ’ল এগৰাকী ৰহস্যময়ী যুৱতীৰ সৈতে৷ ফটোখন ভাইৰেল হোৱাৰ পিছত…

আত্ম–চিত্রৰ ভ্রম

🔹 ড০ পার্থসাৰথি মহন্ত আত্ম–চিত্র, নিজক লৈ আমাৰ মনত এখন ছবি থাকে৷ আমি সেয়া হ’ব বিচাৰোঁ৷ এটা সময়ত আমি ভাবি লওঁ যে আমি সেয়া হৈ গ’লোঁ৷ আমি যি হ’ব বিচাৰোঁ সেইটো বিশ্বাস কৰোঁ৷ আমি ভাবোঁ আমি সেয়া হৈ গ’লোঁ৷ এটা ভ্রম৷ আত্ম–চিত্রৰ ভ্রম৷ বাস্তৱৰ…

ফকিৰগঞ্জত উদ্ধাৰ ৰাইডাৰ ননীৰ চুৰি বাইক

🔹 বাইক চোৰ ফিৰোজ কাজী-আশ্ৰাফুল দেৱানক আটক নিয়মীয়া বাৰ্তা, ১০ মাৰ্চ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ফকিৰগঞ্জত উদ্ধাৰ হয় ৰাইডাৰ ননীৰ বাইক। সৰুসজাইৰ এটা গেষ্ট হাউছৰ পৰা চুৰি হৈছিল বাইকখন। যোৱানিশা বশিষ্ঠ থানাৰ আৰক্ষী আৰু ফকিৰগঞ্জ আৰক্ষীয়ে…

মীন উন্নয়ন বিভাগত ৬৫টা বিষয়াৰ পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ২৩ মার্চ অসম লোকসেৱা আয়োগৰ তৰফৰ পৰা ৰাজ্যত মীন বিভাগত মীন উন্নয়ন বিষয়াৰ খালী পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

শিৱসাগৰৰ বকতা ভকতগাঁও প্ৰাথমিক বিদ্যালয়ত সাধু কোৱা প্ৰতিযোগিতা

🔹 এছ হেপীনেছ-প্ৰত্যাশাৰ উদ্যোগ 🔹 প্ৰথম প্ৰিন্সিপ্ৰিয়া গগৈ, দ্বিতীয় য়াছমিন হাজৰিকা, তৃতীয় বৃষ্টি ঘৰফলীয়া বিশেষ বাৰ্তা, ১০ মাৰ্চ : শিৱসাগৰ জিলাৰ বকতা নেমুগুৰিস্থিত বকতা ভকতগাঁও প্ৰাথমিক বিদ্যালয়ত ৮ মাৰ্চত শিক্ষাৰ্থীসকলৰ মাজত প্ৰত্যাশা…