কুকিৰ বিক্ষোভত পুনৰ উত্তপ্ত মণিপুৰ
🔹 বাছসেৱা আৰম্ভ হোৱাৰ পাছতেই নিৰাপত্তা বাহিনীৰে সংঘর্ষ
নিউজ ডেস্ক, ১০ মার্চ : পুনৰ অশান্ত হৈ পৰিছে সংঘর্ষজর্জৰ মণিপুৰ৷ কাংপোকপি জিলাত নিৰাপত্তা বাহিনীৰ সৈতে সংঘর্ষত এজন যুৱকৰ মৃত্যুৰ ঘটনাক লৈ নতুনকৈ উত্তপ্ত হৈ উঠিছে উত্তৰ–পূবৰ ৰাজ্যখন৷…