দিল্লীৰ পৰিৱর্তে চিকাগোলৈ উভতিল বিমান
নিউজ ডেস্ক, ১১ মাৰ্চঃ প্রসাধনাগাৰ (টয়লেট) অপৰিষ্কাৰ সেইবাবেই ১০ ঘণ্টা পূৰণৰ পিছত গন্তব্যস্থানত উপস্থিত নহ’ল বিমান৷ ১০ ঘণ্টা উৰণ সত্ত্বেও চিকাগোলৈ ওভতাই নিয়া হ’ল বিমানখন৷ মাজ আকাশত যাত্রীসকলৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ যোৱা বৃহস্পতিবাৰে…