বলপূর্বক ধর্মান্তৰকৰণৰ শাস্তি হ’ব মৃত্যুদণ্ড !
🔹 বিজেপিশাসিত মধ্যপ্রদেশৰ মুখ্যমন্ত্রী মোহন যাদৱৰ ঘোষণা
নিউজ ডেস্ক, ৯ মার্চ : বলপূর্বক ধর্মান্তৰকৰণ অথবা লাভ জেহাদৰ শাস্তি হিচাপে কাৰাবাস কিম্বা জৰিমনা নহয়৷ ইয়াৰ শাস্তি হ’ব মৃত্যুদণ্ড৷ বলপূর্বক ধর্মান্তৰকৰণ সন্দর্ভত কঠোৰ শাস্তি হিচাপে…