আজিৰ দিনটোৰ ৰাশিফল
আজি ৯ মার্চ, ফাগুন মাহৰ ২৪ তাৰিখ
দেওবাৰ : তিথি– শুক্লা দশমী, নক্ষত্র : পুনর্বসু, যাত্রা : শুভ
মেষ : এই ৰাশিৰ জাতক–জাতিকাই হালধীয়া ৰঙৰ কাপোৰ পৰিধান কৰিব৷ শিক্ষার্থীসকলৰ বাবে ভাল৷ ব্যৱসায়ীসকলে নতুন কামত হাত নিদিয়াই ভাল৷ শুভ সংখ্যা ২৷
বৃষ :…