নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

পশ্চিম কাৰ্বি আংলঙৰ জিৰিকিন্দেঙত বিধ্বংসী অগ্নিকাণ্ড

🔹 বাসগৃহ-লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত নিয়মীয়া বাৰ্তা,  ৫ মাৰ্চ : পশ্চিম কাৰ্বি আংলং জিলাৰ জিৰিকিন্দেং থানাৰ অন্তৰ্গত দুৰ্বিন টিলা অঞ্চলত আজি পুৱা এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, দুৰ্বিন টিলা গাঁৱৰ হৰকা…

নলবাৰীত ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ দাবীত যুৱ-ছাত্ৰ পৰিষদৰ স্মাৰক-পত্ৰ

🔹 অবৈধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ বিশেষ গোট গঠনৰ দাবী নিয়মীয়া বাৰ্তা,  ৫ মাৰ্চ : নলবাৰী জিলাত ড্ৰাগছ তথা অবৈধ মাদক দ্ৰব্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, নলবাৰী জিলা সমিতিয়ে আজি জিলা আৰক্ষী অধীক্ষকক…

মীন উন্নয়ন বিভাগত ৬৫টা খালী পদৰ বিজ্ঞাপন

🔹 আবেদনৰ অন্তিম তাৰিখ ২৩ মার্চ অসম লোকসেৱা আয়োগৰ তৰফৰ পৰা ৰাজ্যত মীন বিভাগত মীন উন্নয়ন বিষয়াৰ খালী পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

অসম আন্দোলনৰ সক্ৰিয় কৰ্মী দিখৌমুখৰ সুৰেশ নেওগৰ দেহাৱসান

🔹 বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ অন্তিম শ্ৰদ্ধা নিবেদন নিয়মীয়া বাৰ্তা,  ৫ মাৰ্চ : ঐতিহাসিক অসম আন্দোলনৰ সক্ৰিয় কৰ্মী, অসম চৰকাৰৰ ৰেচম বিভাগৰ জ্যেষ্ঠ কৰ্মচাৰী, দিখৌমুখ ন-কটানী কালুগাঁও নিৱাসী সুৰেশ নেওগৰ (৫৯) আজি হৃদজনিত ৰোগত…

নাবালিকাক ২৬ সপ্তাহৰ গর্ভপাতৰ অনুমতি প্রদান ওড়িশা উচ্চ ন্যায়ালয়ৰ

নিউজ ডেস্ক, ৫ মার্চ : বাৰম্বাৰ ধ*র্ষণৰ ফলত ১৩ বছৰীয়া নাবালিকা এগৰাকী অন্তঃসত্ত্বা হোৱা ঘটনাই ওড়িশাত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ গর্ভাৱস্থাৰ ২৬ সপ্তাহত নাবালিকাগৰাকীক গর্ভপাতৰ অনুমতি দিছে ওড়িশা উচ্চ ন্যায়ালয়ে৷ উল্লেখ্য যে ২৬ সপ্তাহৰ গর্ভপাতৰ…

আছাম ৰাইফলছত ২১৫টা পদৰ বিজ্ঞাপন

🔹 আবেদনৰ অন্তিম তাৰিখ ২২ মার্চ শ্বিলঙত মুখ্য কার্যালয়ত আছাম ৰাইফলছত গ্রুপ বি আৰু গ্রুপ চিৰ ২ শতাধিক পদৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

লাহৰীঘাটত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ তিনি সৰবৰাহকাৰী

নিয়মীয়া বাৰ্তা, ৫ মাৰ্চ : মৰিগাঁও জিলাৰ লাহৰীঘাটত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান অব্যাহত আছে। যোৱানিশা মৰিগাঁও আৰক্ষীৰ অপৰাধ শাখা আৰু লাহৰীঘাট আৰক্ষীয়ে টেঙাগুৰি অঞ্চলত অভিযান চলায়। এই অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে ৩টাকৈ ড্ৰাগছ…

দুটাকৈ অনন্য কৃতিত্ব অর্জন বিৰাট কোহলিৰ

নিউজ ডেস্ক, ৫ মার্চ : বর্ণিল কেৰিয়াৰত আন এক অনন্য কৃতিত্ব অর্জন কৰিলে টীম ইণ্ডিয়াৰ তাৰকা ক্রিকেটাৰ বিৰাট কোহলিয়ে৷ চলিত চেম্পিয়নছ ট্রফীৰ কালি অনুষ্ঠিত ছেমিফাইনেল মেচখনৰ ৪৯ অভাৰত অষ্ট্রেলিয়াৰ নাথান ইলিছিৰ কট আয়ত্ত কৰি কোহলিয়ে এদিনীয়া ক্রিকেটত…

মানকাচৰৰ টুমনীৰ পৰা পুনৰ দুই চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ৫ মাৰ্চ : পৰহি ক্ৰিপ্টো কেলেংকাৰি সন্দৰ্ভত তিনি চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ পিছত মঙলবাৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ দাসৰ নেতৃত্বত পুনৰ গোপন সূত্ৰৰ পম খেদি দক্ষিণ শালমাৰা আৰক্ষীৰ সহযোগত…

পাঁচ মিনিটত ২৫০ গ্রাম জ্বলি থকা আঙঠা ভক্ষণ

🔹 ৱর্ল্ড বুক অৱ ৰেকর্ডছত সন্নিৱিষ্ট মাজুলীৰ ৰিদীপ শইকীয়াৰ নাম বিশেষ বাৰ্তা, ৫ মার্চ : জ্বলি থকা আঙঠা সাধাৰণ খাদ্যৰ দৰে ভক্ষণ কৰি ৱর্ল্ড বুক অৱ ৰেকর্ডছত নাম সন্নিৱিষ্ট কৰি এক নতুন ৰেকর্ড গঢ়িবলৈ সক্ষম হৈছে মাজুলীৰ ৰতনপুৰৰ এজন যুৱকে৷ তেওঁৰ…