নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ঢকুৱাখনাৰ এখন বিদ্যালয়ে সলনি কৰিছে চৰকাৰী বিদ্যালয়ৰ প্ৰতি থকা মানুহৰ ধাৰণা

🔹 আমগুৰি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰুৱে বিলাইছে কলা-সংস্কৃতিৰ পোহৰ নিয়মীয়া বাৰ্তা, ৬ মাৰ্চ : চৰকাৰী বিদ্যালয় বুলি ক'লেই এতিয়া সকলোৰে মনলৈ আহে নেতিবাচক কথাহে। কিন্তু এনে নেতিবাচক ভাবৰ মাজতো এতিয়াও এনে একাংশ চৰকাৰী বিদ্যালয় আছে, যিসমূহ…

চতুর্থ স্থানলৈ উন্নীত বিৰাট কোহলি

🔹 এসপ্তাহৰ ভিতৰতে আইচিচি এদিনীয়া ৰেংকিঙত পুনৰ জাঁপ  নিউজ ডেস্ক, ৬ মার্চ : এসপ্তাহৰ ভিতৰত পুনৰ আইচিচি এদিনীয়া ৰেংকিঙত স্থানৰ উন্নতি ঘটিল টীম ইণ্ডিয়াৰ তাৰকা বেটাৰ বিৰাট কোহলিৰ৷ সদ্যসমাপ্ত এদিনীয়া ৰেংকিঙৰ বেটাৰ শাখাত এটা স্থান আগুৱাই চতুর্থ…

নীপকোত বিভিন্ন পদত নিযুক্তিৰ প্রস্তুতি

🔹 আবেদনৰ অন্তিম তাৰিখ ১৩ মার্চ নর্থ ইষ্টার্ন ইলেক্ট্রিক পাৱাৰ কর্প’ৰেচন লিমিটেড (নীপকো)ত খালী হোৱা কিছুসংখ্যক পদৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

চেম্পিয়নছ ট্রফীৰ ফাইনেলত ভাৰত-নিউজিলেণ্ড

🔹 ফাইনেল ডুবাইত-ক্ষোভ পাকিস্তানত   নিউজ ডেস্ক, ৬ মার্চ : নিউজিলেণ্ডে দ্বিতীয়টো দল হিচাপে চলিত চেম্পিয়নছ ট্রফীৰ ফাইনেলত স্থান নিশ্চিত কৰিছে৷ কালি লাহোৰত অনুষ্ঠিত দ্বিতীয়খন ৰোমাঞ্চকৰ ছেমিফাইনেলত নিউজিলেণ্ডে দক্ষিণ আফ্রিকাক ৫০ ৰানত পৰাস্ত…

১২ কোটি টকাৰ সোণসহ বেংগালুৰু বিমানবন্দৰত গ্রেপ্তাৰ জনপ্রিয় অভিনেত্রী

🔹 ১৫ দিনত চাৰিবাৰকৈ ডুবাই ভ্রমণ ৰাণিয়া ৰাওৰ নিউজ ডেস্ক, ৬ মার্চ : সোণৰ চোৰাং ব্যৱসায় কৰাৰ অভিযোগত কানাড়া অভিনেত্রী ৰাণিয়া ৰাওক বেংগালুৰুৰ কেম্পেগৌড়া আন্তর্জাতিক বিমানবন্দৰৰ পৰা গ্রেপ্তাৰ কৰা হৈছে৷ ৰাজহ অনুসন্ধান সঞ্চালকালয়ৰ সূক্ষ্ম…

আমেৰিকাই যদি যুদ্ধ বিচাৰে, আমি যুদ্ধ কৰিবলৈ সাজু

📌 আমেৰিকাক সকীয়নি চীনৰ নিউজ ডেস্ক, ৬ মার্চ : শুল্ক আৰোপক লৈ প্রত্যক্ষ সংঘাতত লিপ্ত হৈছে চীন আৰু আমেৰিকা যুক্তৰাষ্ট্র৷ সর্বশক্তিমানৰ দৌৰত শীতল যুঁজ চলি থকা আমেৰিকা আৰু চীনৰ মাজত শেহতীয়াকৈ শুল্ক আৰোপক লৈ বাণিজ্যিক যুদ্ধ এখন আৰম্ভ হৈছে৷…

বিশ্বৰ সর্বাধিক মুছলমানৰ দেশ হ’ব ভাৰত

🔹 পিউ ৰিচার্ছ চেণ্টাৰৰ প্রতিবেদন নিউজ ডেস্ক, ৬ মার্চ : ২০৫০ চনৰ ভিতৰত ইণ্ডোনেছিয়াক অতিক্রম কৰি বিশ্বৰ সর্বাধিক ইছলাম ধর্মাৱলম্বী লোকে বাস কৰা দেশ হ’ব ভাৰত৷ লগতে হিন্দু ধর্মাৱলম্বী লোকৰ সংখ্যাও ভাৰতত বৃদ্ধি হ’ব৷ এই তথ্য প্রকাশ পাইছে এক…

আমেৰিকা–চীনৰ শীতল যুঁজ

আমেৰিকা যুক্তৰাষ্ট্র আৰু চীনৰ মাজত শীতল যুঁজ সকলোৰে জ্ঞাত৷ সর্বশক্তিমান আমেৰিকাক সকলো ক্ষেত্রতে প্রত্যাহ্বান জনাবলৈ চীন সর্বদা সাজু হৈ থাকে৷ আমেৰিকা যুক্তৰাষ্ট্রত ৪৫সংখ্যক ৰাষ্ট্রপতি হিচাপে কার্যনির্বাহ কৰা ড’নাল্ড ট্রাম্পৰ কার্যকালত চীনৰ…

আজিৰ দিনটোৰ ৰাশিফল

আজি ৬ মার্চ, ফাগুন মাহৰ ২১ তাৰিখ বৃহস্পতিবাৰ : তিথি– শুক্লা সপ্তমী, নক্ষত্র : ৰোহিণী, যাত্রা : শুভ মেষ : ক্রমে দিনটো উন্নত অনুভৱ কৰিব৷ কর্মব্যস্ত ব্যক্তিৰ আয়ৰ মাত্রা বৃদ্ধি পাব৷ বিদ্যার্থীৰ বাবে দিনটো শুভ৷ চুটি ভ্রমণ হ’ব পাৰে৷ শুভ ৰং…

পশ্চিম কাৰ্বি আংলঙৰ জিৰিকিন্দেঙত বিধ্বংসী অগ্নিকাণ্ড

🔹 বাসগৃহ-লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত নিয়মীয়া বাৰ্তা,  ৫ মাৰ্চ : পশ্চিম কাৰ্বি আংলং জিলাৰ জিৰিকিন্দেং থানাৰ অন্তৰ্গত দুৰ্বিন টিলা অঞ্চলত আজি পুৱা এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, দুৰ্বিন টিলা গাঁৱৰ হৰকা…