নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

সুকন্যা : থলুৱা বনৌষধিৰে ‘ভেষজ প্রসাধন’ প্রস্তুত ড০ মধুমিতা শইকীয়াৰ

নৱ কুমাৰ শর্মা থলুৱা উদ্ভিদৰ সহায়ত কেইবাপ্রকাৰৰ ‘ভেষজ প্রসাধন সামগ্রী’ প্রস্তুত কৰি স্বাৱলম্বী এগৰাকী উচ্চ শিক্ষিত উদ্যমী অসমীয়া মহিলা৷ পূর্বতে তেওঁৰ চিনাকি আছিল সৌন্দর্য বিশেষজ্ঞা হিচাপে৷ সমান্তৰালভাৱে এতিয়া তেওঁ জড়িত হৈ পৰে ভেষজ প্রসাধন…

বৰমাৰ এখন ব্যতিক্ৰমী বিদ্যালয়…

🔹 ছাত্ৰ-ছাত্ৰীক কৰ্মমুখী শিক্ষাৰেও শিক্ষিত কৰিবলৈ বিশেষ পদক্ষেপ নিয়মীয়া বাৰ্তা, ৩ মাৰ্চ : অসমৰে এখন ব্যতিক্ৰমী বিদ্যালয় ৷ কেৱল পাঠ্যপুথিৰ শিক্ষাই নহয়; বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীক কৰ্মমুখী শিক্ষাৰেও শিক্ষিত কৰিবলৈ বিদ্যালয়খনে গ্ৰহণ কৰিছে…

সুকন্যা : দেৰগাঁৱৰ নেঘেৰিটিং শিৱদ’ল

মৃগেন শর্মা অসমৰ বিখ্যাত মন্দিৰবোৰৰ ভিতৰত নেঘেৰিটিঙৰ শিৱদ’ল উল্লেখযোগ্য৷ এই দেৱালয়ৰ মহিমা অপাৰ৷ নেঘেৰিটিঙৰ শিৱদ’ল অসমৰ গোলাঘাট জিলাৰ অন্তর্গত দেৰাগাঁও নগৰৰ পৰা পূবফালে ছয় কিলোমিটাৰমান আঁতৰত অৱস্থিত৷ ‘ইতিহাসে সোঁৱৰা ছশটা বছৰ’ গ্রন্থত আছে–…

ৰমজানৰ গইনা লৈ সোণাৰিত অভাৱনীয় হাৰত ফল-মূলৰ দামবৃদ্ধি

🔹 নির্বিকাৰ যোগান বিভাগ বিশেষ বাৰ্তা,  ৩ মার্চ : চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বজাৰসমূহত ইছলামধৰ্মী লোকসকলৰ পৱিত্ৰ ৰমজান মাহ উপলক্ষে অভাৱনীয় হাৰত ফল-মূলৰ দাম বৃদ্ধি হোৱাত বিপদত পৰিছে সাধাৰণ গ্রাহক ৰাইজ। ইতিমধ্যে…

NIELITত ৭৮ চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ১৮ মার্চ নতুন দিল্লীস্থিত নেচনেল ইনষ্টিটিউট অৱ ইলেক্ট্রনিকছ এণ্ড ইনফৰমেচন টেকন’লজী (এনআইইএলআইটি)ত খালী পদৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

মুম্বাইৰ মিৰা-ৰোডত ৰক্তদান-বিনামূলীয়া মেদবহুলতা পৰীক্ষাকৰণ শিবিৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩ মাৰ্চঃ কংক্ৰিটৰ মহানগৰীত মানুহে দৈনন্দিন সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহক নেওচি শাৰীৰিক আৰু মানসিক সুস্থতা বজাই ৰাখিবলৈ সক্ৰিয় জীৱনশৈলীৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে। জুপিটাৰ হাস্পতাল থানেৰ সহযোগত গগনা আছামিজ পিপলছ…

অস্ত্ৰ এৰি এদল স্বাভিমানী প্ৰাক্তন আলফাৰ সেউজ বিপ্লৱ

🔹 ৰূপহীমুখৰ এহেজাৰ বিঘা ভূমিত ৰচিছে ৰবিশস্যৰ সপোন নিয়মীয়া বাৰ্তা, ৩ মাৰ্চ : চৰকাৰে কৃষি বিভাগৰ জৰিয়তে ৰাজ্যৰ কৃষকে প্ৰতিডৰা মাটিত বছৰেকত দুটাকৈ খেতি কৰা ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে আহ্বান জনোৱাৰ সময়তে এদল প্ৰাক্তন আলফাই অস্ত্ৰ এৰি শিৱসাগৰ…

Oscar 2025 : আনোৰা শ্ৰেষ্ঠ ছবি, এড্ৰিয়েন ব্ৰডি-মিকি মেডিচন শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰী

নিউজ ডেস্ক, ৩ মাৰ্চঃ লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত অনুষ্ঠিত ৯৭সংখ্যক অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানৰ সামৰণি পৰিছে। এই অনুষ্ঠানত ২৩টা শাখাৰ আটাইকেইটা শাখাৰ অস্কাৰ বিজয়ীক ঘোষণা কৰা হৈছে। এইবাৰ আধিপত্য বিস্তাৰ কৰিলে ৰোমান্টিক-কমেডী ছবি ‘আনোৰাই’।…

সুকন্যা : মঞ্চ–চলচ্চিত্র জগতৰ বিশিষ্ট অভিনেত্রী চেতনা দাসৰে সাক্ষাৎকাৰ

সাক্ষাৎগ্রহণঃ কুমুদ তালুকদাৰ ফোনঃ ৮৬৩৮৪–১৪৯৫৪ ফটোঃ দিব্যজ্যোতি ৰাভা ৭০ৰ দশকৰ পৰা অসমৰ মঞ্চ আৰু চলচ্চিত্র জগতত সুদীর্ঘ ৫০ বছৰে দর্শক–শ্রোতাৰ হৃদয় জয় কৰি আহিছে বিশিষ্ট অভিনেত্রী চেতনা দাসে৷ প্রয়াত গিৰীন্দ্র কুমাৰ তালুকদাৰ আৰু যোগপ্রভা…

ৰোহিত সম্পৰ্কীয় পোষ্ট ডিলিট ছমাৰ, বিজেপি-কংগ্ৰেছৰ তীব্ৰ বাকযুদ্ধ

নিউজ ডেস্ক, ৩ মাৰ্চঃ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ছমা মহম্মদে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাক ‘ফেট’ বুলি অভিহিত কৰে। তাৰ পিছতে হুলস্থুলৰ সৃষ্টি হয়। বিজেপিয়ে বডি শ্বেমিং বুলি কোৱাৰ বিপৰীতে কংগ্ৰেছে ছমা মহম্মদক এই মন্তব্য আঁতৰাবলৈ…