নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ৰোহিত সম্পৰ্কীয় পোষ্ট ডিলিট ছমাৰ, বিজেপি-কংগ্ৰেছৰ তীব্ৰ বাকযুদ্ধ

নিউজ ডেস্ক, ৩ মাৰ্চঃ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ছমা মহম্মদে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাক ‘ফেট’ বুলি অভিহিত কৰে। তাৰ পিছতে হুলস্থুলৰ সৃষ্টি হয়। বিজেপিয়ে বডি শ্বেমিং বুলি কোৱাৰ বিপৰীতে কংগ্ৰেছে ছমা মহম্মদক এই মন্তব্য আঁতৰাবলৈ…

ৱেবছাইটৰ লিংক শ্বেয়াৰ কৰি চলাইছিল অবৈধ বিত্তীয় লেনদেন

মানকাচৰৰ পৰা ফাৰহাদ আহমেদ,৩ মাৰ্চ : দক্ষিণ শালমাৰা-মানকাচৰ আৰক্ষী জিলাৰ ফকিৰগঞ্জত নিশা গোপন সুত্ৰৰ পম খেদি অতিৰিক্ত আৰক্ষী আৰক্ষীক প্ৰতাপ দাসৰ নেতৃত্বত আৰু খাৰুৱাবান্ধা আৰক্ষী চকীৰ আৰক্ষীৰ সহযোগত ফকিৰগঞ্জ আৰক্ষী থানা এলেকাত এক অনুসন্ধান…

৭ মার্চত এডিআৰইৰ ফলাফল : এটা পদত দুজনকৈ প্রার্থীক বাছনি

🔹 ফেচবুক লাইভযোগে মুখ্যমন্ত্রী ড০ শর্মাৰ ঘোষণা 🔹 ৬ মার্চত আৰক্ষীৰ এছআই–১২ মার্চত কনিষ্টবল–৪ মার্চত গাড়ীচালক–২৭ মার্চত কমাণ্ড বেটেলিয়নৰ কনিষ্টবল–৩০ এপ্রিলত চতুর্থবর্গৰ পদৰ পৰীক্ষাৰ ফলাফল বিশেষ বাৰ্তা, ৩ মার্চ : ৰাজ্য চৰকাৰৰ তৃতীয় আৰু…

নগৰবেৰাত যাতায়াতত যন্ত্ৰণা, বাৰিষাৰ পূৰ্বেই পথ-দলং উন্নীতকৰণৰ আহ্বান

নিয়মীয়া বাৰ্তা, ৩ মাৰ্চঃ স্বাধীনতাৰ সাত দশকৰ পাছতো নুগুচিল একাংশ ভিতৰুৱা গ্ৰামাঞ্চলৰ যাতায়ত বিপৰ্যয়ৰ ছবিখন। বিধ্বস্ত বাট-পথ, জৰাজীৰ্ণ দলং আদিৰ সতে যুগ যুগৰে পৰা সহাৱস্থান কৰি আহিছে বৃহত্তৰ নগৰবেৰা অঞ্চলবাসীয়ে। ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা নগৰবেৰা…

শোণিতপুৰত শংকৰ সংঘৰ ৯৫সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ প্ৰস্তুতি তুংগত

নিয়মীয়া বাৰ্তা, ৩ মাৰ্চ : অসমৰ ধৰ্ম, ভাষা, সাহিত্য, সংস্কৃতি বিকাশমূলক অগ্ৰণী জাতীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫সংখ্যক কেন্দ্ৰীয় অধিৱেশনখন ২০২৬ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ধলাইবিলৰ…

মৃত ব্যক্তিৰ বৃক্ক সংৰোপণ জিএমচিএইচৰ দুই ৰোগীৰ দেহত

🔹 অসমৰ চিকিৎসা খণ্ডত অভাৱনীয় সাফল্য বিশেষ বাৰ্তা, ৩ মার্চ : অসমত একবিংশ শতিকাৰ আধুনিক চিকিৎসা বিজ্ঞানৰ অভাৱনীয় সাফল্য৷ প্রথমবাৰলৈ মৃত ব্যক্তিৰ অংগৰ দ্বাৰা এজন নহয়, দুজন ব্যক্তিয়ে পালে নতুন জীৱন৷ বিগত কিছুদিন পূর্বে মহানগৰীৰ মালিগাঁৱৰ…

বেছি সময় বল হাতত ৰাখিব নোৱাৰিব গ’লকীপাৰে

নিউজ ডেস্ক, ৩ মাৰ্চঃ বহু ফুটবল মেচত দেখা যায় গ’লকীপাৰে বল হাতত ৰাখি সময় নষ্ট কৰে৷ দলৰ অন্তিম প্রহৰীসকলে যাতে বল হাতত বেছি সময় ৰাখিব নোৱাৰে তাৰ বাবে ফুটবললৈ আহিছে নতুন নিয়ম৷ বল বেছি সময় হাতত ৰাখিলে বিপক্ষ দলে লাভ কৰিব কর্নাৰ৷ বেছি সময় বল…

২০২৫–২৬ত ভাৰতৰ জিডিপি ৬.৫ শতাংশলৈ হ’ব বৃদ্ধি

🔹 আন্তর্জাতিক মুদ্রানিধিৰ প্রতিবেদনৰ পূর্বাভাস 🔹 গোলকীয় অনিশ্চয়তাৰ মাজতো শক্তিশালী হৈয়ে থাকিব ভাৰতৰ অর্থনীতি ! নিউজ ডেস্ক, ৩ মার্চ : গোলকীয় অনিশ্চয়তাৰ মাজতো ভাৰতৰ অর্থনীতি শক্তিশালী হৈয়ে থাকিব৷ বিশ্বৰ দ্রুততম অর্থনীতিৰ দেশ হিচাপে ভাৰতে…

কেৰালাক হৰুৱাই ৰঞ্জি ট্রফীত চেম্পিয়ন বিদর্ভ

নিউজ ডেস্ক, ৩ মাৰ্চঃ আকৌ এবাৰ ৰঞ্জি ট্রফীত খিতাপ অর্জন কৰিলে বিদর্ভই৷ ফাইনেলত কেৰালাক পৰাজিত কৰি বিগত ৮ বছৰত তৃতীয়বাৰৰ বাবে চেম্পিয়ন হয় দলটো৷ প্রথম ইনিংছত লাভ কৰা অগ্রগতিৰ জৰিয়তে বিদর্ভই ভাৰত শ্রেষ্ঠ হোৱাৰ গৌৰৱ অর্জন কৰে৷ ঘৰুৱা ক্রিকেটত…

মাফিয়াৰ ভয়ত আতংকিত মাৰাডোনাৰ পৰিয়াল

নিউজ ডেস্ক, ৩ মাৰ্চঃ ডিয়েগ’ মাৰাডোনাৰ মৃত্যুৰ প্রকৃত কাৰণ এতিয়াও অজ্ঞাত৷ তেওঁৰ পৰিয়ালৰ অভিযোগ অনুসৰি চিকিৎসাৰ গাফিলতিৰ বাবে মৃত্যু হৈছিল কিংবদন্তি ফুটবলাৰগৰাকীৰ৷ পত্নী ক্ল’ডিয়া আৰু কন্যা দালমাৰ অভিযোগৰ ভিত্তিত এতিয়াও গোচৰ অব্যাহত আছে৷ ইয়াৰ…