নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

পাৱাৰগ্রিড কর্প’ৰেচন অৱ ইণ্ডিয়া লিমিটেডত ১১৫টা চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ১২ মার্চ পাৱাৰগ্রীড কর্প’ৰেচন অৱ ইণ্ডিয়া লিমিটেডত বিভিন্ন পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

যৌন আতিশয্যত মহিলাৰ অভিযোগ ‘ধ্রুৱ সত্য’ নহয়

🔹 কেৰালা হাইক’ৰ্টৰ ৰায় নিউজ ডেস্ক, ২ মার্চ : কোনো মহিলাই যৌন আতিশয্যৰ অভিযোগ আনিলে তাক ‘ধ্রুৱ সত্য’ বুলি মানি লোৱাৰ কোনো কাৰণ নাই৷ এক অপৰাধ আৰু যৌন আতিশয্যৰ গোচৰত আৰক্ষীক সতর্ক কৰিলে কেৰালা উচ্চ ন্যায়ালয়ে৷ আদালতৰ তৰফৰ পৰা এই পর্যবেক্ষণো…

৮ মার্চৰ পৰা মণিপুৰত মুকলি হ’ব সকলো পথ

🔹 পৰিস্থিতি পর্যালোচনাৰ পিছতে কেন্দ্রীয় গৃহমন্ত্রী শ্বাহৰ নির্দেশ নিউজ ডেস্ক, ২ মার্চ : মণিপুৰৰ সকলো পথ আগন্তুক ৮ মার্চৰ পৰা মুকলি হ’ব লাগিব৷ ৰাজ্যখনত ৮ মার্চৰ পৰা সকলো পথতে যাতে সাধাৰণ মানুহে বিনাবাধাই চলাচল কৰিব পাৰে সেই বিষয়টোত…

বিচিচিআইক মুকলি প্রত্যাহ্বান পিচিবিৰ

🔹 ভাৰতীয় দল পাকিস্তানলৈ প্রেৰণ নকৰাত খৰ্গহস্ত নিউজ ডেস্ক, ২ মার্চ : চেম্পিয়নছ ট্ৰফীক কেন্দ্র কৰি বিচিচিআই আৰু পিচিবিৰ মাজত সৃষ্টি হৈছিল সংঘাতৰ৷ বিচিচিআয়ে প্রতিযোগিতাখনৰ বাবে ভাৰতীয় দল পাকিস্তানলৈ প্রেৰণ নকৰাত হাইব্রিড মডেলত অনুষ্ঠিত হয়…

ইংলেণ্ডৰ প্রাক্তন ক্রিকেটাৰৰ ওপৰত খর্গহস্ত গাভাস্কাৰ

🔹 'তেওঁলোকৰ পৰিয়াল ভাৰতীয় ধনেৰে চলে' নিউজ ডেস্ক, ২ মার্চ : চেম্পিয়নছ ট্ৰফীক লৈ ইংলেণ্ড আৰু টীম ইণ্ডিয়াৰ প্রাক্তন ক্রিকেটাৰৰ মাজত বাকযুদ্ধ ক্রমাৎ বৃদ্ধি পাইছে৷ ইংলেণ্ডৰ দুই প্রাক্তন অধিনায়ক নাছেৰ হুছেইন আৰু মাইকেল আথাৰটনে ডুবাইত ভাৰতৰ…

আজিৰ পৰা আৰম্ভ ইছলামধৰ্মী লোকৰ পৱিত্ৰ ৰমজান মাহ

🔹 ধুবুৰীত ঊৰ্ধ্বগামী ফল-মূল, লোকেল মাছ-মুৰ্গীৰ দাম নিয়মীয়া বাৰ্তা, ২ মাৰ্চ : পূজা-পাৰ্বণ আহিলেই নিশাটোৰ ভিতৰতে ধুবুৰীৰ বজাৰত দাম বৃদ্ধি পোৱাটো যেন এক স্বাভাৱিক ঘটনা। তাকেই প্ৰতিফলিত কৰি আজিৰ পৰা ইছলামধৰ্মী লোকৰ পৱিত্ৰ ৰমজান মাহ আৰম্ভ…

চতুর্দশ সন্তানৰ পিতৃ হ’ল ধনকুবেৰ এলন মাস্ক

🔹 ছ’চিয়েল মিডিয়াত চতুর্থ শিশুৰ জন্মৰ কথা সদৰী পত্নী জিলছৰ 🔹 কেইদিনমান পূর্বে মাস্কৰ ত্রয়োদশ সন্তানটি জন্ম দিছিল মার্কিন লেখিকা ক্লেয়াৰে নিউজ ডেস্ক, ২ মার্চ : পুনৰ পিতৃ হ’ল ধনকুবেৰ এলন মাস্ক৷ মার্কিন ধনকুবেৰগৰাকীৰ পত্নী শিভন জিলছে নিজৰ…

গ্রামীণ ডাক সেৱকৰ ২১,৪১৩টা পদ মুকলি

🔹 আবেদনৰ অন্তিম তাৰিখ ৩ মার্চ ভাৰত চৰকাৰৰ যোগাযোগ মন্ত্রালয়ৰ অধীনত ২১,৪১৩টা গ্রামীণ ডাক সেৱকৰ খালী পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচাৰিছে৷

নৰ্থ বেংক মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক হৰেন শইকীয়াক বিদায় সম্বৰ্ধনা

🔹 মানৱ সম্পদ সৃষ্টিত অৱদান আগবঢ়াই কৰ্মময় জীৱনৰ পৰা অৱসৰ  নিয়মীয়া বাৰ্তা, ২ মাৰ্চ : অধ্যাপনাৰ দৰে পৱিত্ৰ কৰ্মত নিয়োজিত হৈ অনেকজনৰ জীৱন শিক্ষাৰ পোহৰেৰে আলোকিত কৰি মানৱ সম্পদ সৃষ্টিত বৰেণ্য অৱদান দি অহা উত্তৰ অসমৰ পুৰণি উচ্চ শিক্ষানুষ্ঠান…

বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ৬ টকা বৃদ্ধি

নিউজ ডেস্ক, ২ মার্চ : পুনৰ বৃদ্ধি ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম৷ অৱশ্যে ঘৰুৱা ১৪ কেজিৰ চিলিণ্ডাৰৰ দাম বৃদ্ধি হোৱা নাই৷ কালিৰে পৰা ১৯ কেজিৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৬ টকাকৈ বৃদ্ধি কৰা হৈছে৷ ইয়াৰ ফলত মধ্যবিত্তৰ সমস্যা বৃদ্ধি পাব বুলি ধাৰণা কৰা…