নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

কেৰালাক হৰুৱাই ৰঞ্জি ট্রফীত চেম্পিয়ন বিদর্ভ

নিউজ ডেস্ক, ৩ মাৰ্চঃ আকৌ এবাৰ ৰঞ্জি ট্রফীত খিতাপ অর্জন কৰিলে বিদর্ভই৷ ফাইনেলত কেৰালাক পৰাজিত কৰি বিগত ৮ বছৰত তৃতীয়বাৰৰ বাবে চেম্পিয়ন হয় দলটো৷ প্রথম ইনিংছত লাভ কৰা অগ্রগতিৰ জৰিয়তে বিদর্ভই ভাৰত শ্রেষ্ঠ হোৱাৰ গৌৰৱ অর্জন কৰে৷ ঘৰুৱা ক্রিকেটত…

মাফিয়াৰ ভয়ত আতংকিত মাৰাডোনাৰ পৰিয়াল

নিউজ ডেস্ক, ৩ মাৰ্চঃ ডিয়েগ’ মাৰাডোনাৰ মৃত্যুৰ প্রকৃত কাৰণ এতিয়াও অজ্ঞাত৷ তেওঁৰ পৰিয়ালৰ অভিযোগ অনুসৰি চিকিৎসাৰ গাফিলতিৰ বাবে মৃত্যু হৈছিল কিংবদন্তি ফুটবলাৰগৰাকীৰ৷ পত্নী ক্ল’ডিয়া আৰু কন্যা দালমাৰ অভিযোগৰ ভিত্তিত এতিয়াও গোচৰ অব্যাহত আছে৷ ইয়াৰ…

ডাউন টাউনৰ পৰা ছয়মাইললৈ যান-বাহন চলাচলত পথৰ সালসলনি

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩ মাৰ্চঃ মহানগৰীৰ জিএছ ৰোডৰ ৰুক্মিণীগাঁৱত চলি থকা উৰণ সেতুৰ নির্মাণকার্যৰ বাবে সুৰক্ষিত যাতায়াতৰ প্রতি লক্ষ্য ৰাখি ডাউনৰ পৰা ছয়মাইললৈ বাহন চলাচলৰ ক্ষেত্রত পথ নির্দেশনা জাৰি কৰিছে মহানগৰ আৰক্ষীৰ যান–বাহন শাখাৰ…

গড়ভঙা বনাঞ্চলত চোৰাং চিকাৰীৰ অবাধ বিচৰণ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩ মাৰ্চঃ গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা অসম–মেঘালয় সীমান্তৱর্তী গডভঙা আৰু ৰাণী সংৰক্ষিত বনাঞ্চলৰ গভীৰ অৰণ্যত বনৰীয়া হাতী চিকাৰৰ বাবে মেঘালয়ৰ ফালৰ পৰা চোৰাং চিকাৰী দলৰ প্রৱেশ ঘটা বুলি সন্দেহ প্রকাশ কৰিছে সীমান্তত বাস…

ট্রাম্পক ৰঙা চকু দেখুওৱা ইউক্রেইনৰ ৰাষ্ট্রপতিৰে ৩ বিলিয়ন ইউৰো ঋণৰ চুক্তি

নিউজ ডেস্ক, ৩ মাৰ্চঃ আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ সৈতে হোৱাইট হাউছৰ কার্যালয়ত বাক্–বিতণ্ডাত লিপ্ত হোৱা ইউক্রেইনৰ ৰাষ্ট্রপতি ভ’ল’ডিমিৰ জেলেনস্কীক উষ্ম আলিংগন ব্রিটিছ প্রধানমন্ত্রী কেইৰ ষ্টাৰমাৰৰ৷ উল্লেখ্য যে যোৱা…

অবিশ্বাস্য ! জার্মানীত ২০০০ টকাত বিক্রী অসমৰ ৬টা নেমু

🔹 বায়’ফেক ট্রেডফেয়াৰত সমাদৰ মেৰাপানীত উৎপাদিত পাচলিৰ নিয়মীয়া বার্তা, মেৰাপানী, ৩ মার্চ : অসমৰ জাতীয় ফল হিচাপে স্বীকৃতি লাভ কৰা অসমৰ নেমুৱে বিশ্বত সৃষ্টি কৰিছে চাঞ্চল্য৷ অবিশ্বাস্য যেন লাগিলেও সত্য যে অসমত উৎপাদিত মাত্র ছয়টা নেমু দুই হাজাৰ…

১০টা গৰু পুহিলে ১০ লাখ টকাৰ ঋণ

নিউজ ডেস্ক, ৩ মাৰ্চঃ গৰু পালনেৰে চর্চাৰ মাজত থকা উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্য নাথে ৰাজ্যখনত গৰু পালনক উৎসাহিত কৰাৰ বাবে এখন নতুন আঁচনি ঘোষণা কৰিছে৷ নতুন আঁচনি অনুসৰি, ১০টা গৰু পুহিলে সেই ব্যক্তিয়ে ১০ লাখ টকাৰ ঋণ লাভ কৰিব৷…

বৰুণৰ স্পিন ঘূর্ণিত তচনচ নিউজিলেণ্ডৰ বেটিং

নিউজ ডেস্ক, ৩ মাৰ্চঃ ছেম্পিয়নছ ট্রফীৰ ছেমিফাইনেলত প্রৱেশ কৰিলে অপৰাজিত ভাৰতে৷ বাংলাদেশ আৰু পাকিস্তানৰ বিৰুদ্ধে ফেভাৰিট হিচাপে নামিছিল দলটো৷ প্রত্যাশা অনুসৰি সহজেই জয়লাভ কৰিছিল ৰোহিত বাহিনীয়ে৷ কিন্তু প্রকৃত পৰীক্ষা আছিল নিউজিলেণ্ডৰ বিৰুদ্ধে৷…

একপক্ষীয় দণ্ড

Journalism is a Crusade For Truth আধুনিক জীৱনৰ মানৱীয় সম্পর্কবোৰ ঠুনুকা হৈ পৰিছে৷ এতিয়া সম্পর্কবোৰ ঘাইকৈ এটা পৰিয়ালৰ সদস্যৰ মাজতে সীমাবদ্ধ৷ কিন্তু সেই পৰিয়ালৰ সদস্যৰ মাজতো সম্পর্ক ক্রমশঃ শিথিল হৈ পৰিছে৷ এতিয়া যেন আমি পৰিয়ালৰ ইজনে সিজনৰ…

আজিৰ দিনটোৰ ৰাশিফল

আজি ৩ মার্চ, ফাগুন মাহৰ ১৮ তাৰিখ সোমবাৰ : তিথি– শুক্লা চতুর্থী, নক্ষত্র : ৰেৱতী, যাত্রা : নাই মেষ : ওচৰ–চুবুৰীয়াৰ লগত মানসিক সংঘাত৷ ব্যৱসায়ীসকলৰ ব্যস্ততা বাঢ়িব৷ প্রেমত মধ্যম৷ বিদ্যার্থীৰ শুভ৷ বিবাহৰ যোগাযোগত শুভ৷ বৃষ : পাৰিবাৰিক দিশত…