আজিৰ দিনটোৰ ৰাশিফল
আজি ২২ ফেব্রুৱাৰী, ফাগুন মাহৰ ৯ তাৰিখ
শনিবাৰ : তিথি : কৃষ্ণা নৱমী, নক্ষত্র : জ্যেষ্ঠ, যাত্রা : শুভ
মেষঃ নানাধৰণৰ চিন্তা থাকিব৷ অৱশ্যে পূর্বতে দিয়া কথাৰ প্রতি বেছি সক্রিয় হোৱা দৰকাৰ৷ আপোনাৰ শুভ বর্ণ বগা৷ বগা ৰং ব্যৱহাৰ কৰিব৷ যাত্রা শুভ৷…