নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

কংগ্ৰেছত মোৰ ভূমিকা কি? প্ৰশ্ন শুনি নিমাত কংগ্ৰেছৰ যুৱৰাজ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ ফেব্ৰুৱাৰীঃ কংগ্ৰেছৰ সাংসদ শশী থাৰুৰ আৰু দলৰ নেতৃত্বৰ মাজত উত্তেজনা অব্যাহত আছে। শেহতীয়াকৈ তেওঁ দিল্লীত ৰাহুল গান্ধীক লগ পাইছিল, কিন্তু তেওঁৰ অভিযোগৰ সমাধান নহ’ল। সূত্ৰৰ পৰা জানিব পৰা মতে, সৰ্বভাৰতীয় কংগ্ৰেছ…

সেনাবাহিনীৰ শীৰ্ষ জেনেৰেলক বৰ্খাস্ত ড’নাল্ড ট্ৰাম্পৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ ফেব্ৰুৱাৰীঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে লৈছে এক বৃহৎ সিদ্ধান্ত। কালি ৰাষ্ট্ৰপতি ট্ৰাম্পে আমেৰিকা সেনাৰ শীৰ্ষ সামৰিক জেনেৰেলক বৰ্খাস্ত কৰে। যুটীয়া মুৰব্বীসকলৰ অধ্যক্ষ জেনেৰেল চাৰ্লছ কিউ. ব্ৰাউন জুনিয়ৰক…

গুৱাহাটীত বৃদ্ধি হত্যা-বিত্তীয় জালিয়াতিৰ গোচৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ ফেব্ৰুৱাৰীঃ গুৱাহাটী মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে হত্যাকাণ্ড৷ বর্ধিত হৈছে চাইবাৰ অপৰাধ আৰু বিত্তীয় জালিয়াতিৰ ঘটনা৷ বিগত বর্ষসমূহৰ তুলনাত মহানগৰীত চুৰি–ডকাইতিকে ধৰি বিভিন্ন অপৰাধজনিত ঘটনা সংখ্যা হ্রাস পাইছে৷…

উদ্দেশ্য জন্মদিনৰ পাৰ্টী, পিছে বাইক দুৰ্ঘটনাত প্ৰাণ গ’ল ডেইজীৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ ফেব্ৰুৱাৰীঃ বহিঃৰাজ্যত পুনৰ মৃত্যু হৈছে অসমৰ এগৰাকী যুৱতীৰ৷ মৃত যুৱতীগৰাকী গুৱাহাটীৰ দিলীপ মহন্তৰ জীয়াৰী ডেইজী মহন্ত (২৫)৷ জানিব পৰা মতে, ডেৰাডুনত বহুদিন ধৰি কর্মসূত্রে যুৱতীগৰাকী আছিল৷ তেওঁৰ সৈতে কনিষ্ঠ ভনীয়েকো…

সমসাময়িক বিশ্বজনীন সমস্যা সমাধানৰ শক্তি আছে ভাৰতীয় জ্ঞান ব্যৱস্থাৰ

ষ্টাফ ৰিপৰ্টাৰ, কোকৰাঝাৰ, ২২ ফেব্ৰুৱাৰী : কোকৰাঝাৰস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ত আজি ভাৰতীয় জ্ঞান ব্যৱস্থাৰ ধাৰণা আৰু ইয়াৰ সমসাময়িক আৰু সাৰ্বজনীন প্ৰাসংগিকতা" শীৰ্ষক এক বিশেষ বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয়। বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ জৌহৌলাও…

বিশ্বৰ ১০০ আগশাৰীৰ বিজ্ঞানীৰ তালিকাত অসমৰ ড০ বিস্মিতা হাজৰিকা

নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ ফেব্ৰুৱাৰীঃ যোৱা ১৪ ফেব্রুৱাৰীত বিশ্বজুৰি প্রকাশিত ‘ভৱিষ্যতৰ বেতাঁৰ প্রযুক্তিবিদ্যাৰ ষষ্ঠ প্রজন্ম’ৰ (6G) ডদ্ভাৱন আৰু কার্যকৰীকৰণত ২০২৫ বর্ষৰ বিশ্বৰ প্রথম এশগৰাকী আগশাৰীৰ মহিলা বিজ্ঞানীৰ তালিকা প্রকাশ পায়৷ এহ…

ৰিয়ানক চাবলৈ শ্বপিং মলত অনুৰাগীৰ ব্যাপক ভিৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ ফেব্ৰুৱাৰীঃ নিজৰ প্রিয় ক্রিকেট দল তথা খেলুৱৈৰ প্রতি অনুৰাগীৰ মৰম কেনেকুৱা হয় সেয়া শুকুৰবাৰে গুৱাহাটীৰ দুটা স্থানত দেখা গ’ল৷ প্রথমটো মহানগৰীৰ চিটী চেণ্টাৰ মল আৰু দ্বিতীয়টো স্থান হ’ল গুৱাহাটীৰ বর্ষাপাৰাৰ এচিএ…

চিকনাঝাৰ জৌহৌলাও ৰাষ্ট্রীয় উদ্যান

প্রকৃতিৰ ওপৰত মানৱ জাতিয়ে অব্যাহত ৰখা অহৰহ ধ্বংসলীলাই সমগ্র পৃথিৱীলৈ কঢ়িয়াই আনিছে গভীৰ সংকট৷ চহৰবোৰে ক্রমান্বয়ে গাঁওবোৰ গ্রাস কৰিবলৈ লৈছে আৰু আধুনিকতাৰ নামত মানুহে মাটিৰ সৈতে সম্পর্ক হেৰুৱাই পেলাইছে৷ যাতায়াত ব্যৱস্থাৰ উন্নতি কৰিবলৈ গৈ নিতৌ…

১,৫০০ কোটি ব্যয়েৰে মহাকুম্ভত উপার্জন তিনি লাখ কোটি

নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ ফেব্ৰুৱাৰীঃ বিশ্বৰ বৃহত্তম সমাৱেশ হিচাপে চর্চিত হৈছে প্রয়াগৰাজৰ মহাকুম্ভমেলা৷ একতা আৰু বিশ্ব এক পৰিয়াল বার্তাৰে আয়োজিত উত্তৰ প্রদেশৰ প্রয়াগৰাজৰ মহাকুম্ভমেলাই ধর্মৰ পৰিধি ভাঙি বিশাল ব্যৱসায় কৰিবলৈ সক্ষম হৈছে৷…

প্রথমবাৰলৈ ৰঞ্জিৰ ফাইনেলত কেৰালা, পৰাস্ত ৪২বাৰৰ চেম্পিয়ন মুম্বাই

নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ ফেব্ৰুৱাৰীঃ কোৱার্টাৰ ফাইনেল আৰু ছেমিফাইনেলত গুৰুত্বপূর্ণ অগ্রগতিৰ জৰিয়তে প্রথমবাৰৰ বাবে ৰঞ্জি ট্রফীৰ ফাইনেলত প্রৱেশ কৰিলে কেৰালাই৷ ফাইনেলত দলটোৱে বিদর্ভৰ বিপক্ষে মুখামুখি হ’ব৷ আনখন ছেমিফাইনেলত বিদর্ভই ৮০ ৰানত…