নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

হাউলী সাৰ্বজনীন শিৱ মন্দিৰত মহা শিৱৰাত্ৰিৰ আয়োজন 

নিয়মীয়া বাৰ্তা, হাউলী, ২০ ফেব্ৰুৱাৰী : বৰপেটা জিলাৰ হাউলী সাৰ্বজনীন শিৱ মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত ছয়দিনীয়া বিভিন্ন কাৰ্যসূচীৰে মহা শিৱৰাত্ৰি উদযাপনৰ আয়োজন কৰা হৈছে। কাৰ্যসূচী অনুসৰি, ২৬ ফেব্ৰুৱাৰী পুৱা ৯ বজাত শিৱৰ ভক্তসকলৰ দ্বাৰা…

সোণতলীত লম্পট হালিম উদ্দিনক ন্যায়িক জিম্মালৈ প্ৰেৰণ

🔹 প্ৰেমৰ সম্পৰ্ক সমাধান কৰি দিয়াৰ ছলেৰে দুষ্কৰ্ম নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰী : কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত সোণতলীৰ বৰ আৰিকাটিৰ কিশোৰী ধৰ্ষণকাৰী এটাক যোৱানিশা সোণতলী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ অভিযোগ মতে, সোণতলীৰ বৰ আৰিকাটিৰ লম্পট…

বিজ্ঞাপনত সময় নষ্ট : দর্শকক ৬৫ হাজাৰ ক্ষতিপূৰণ

🔹 বেংগালুৰুত চলচ্চিত্র প্রেক্ষাগৃহৰ বিৰুদ্ধে গোচৰত জয়লাভ যুৱকৰ নিউজ ডেস্ক, ২০ ফেব্রুৱাৰী : টিভিৰ পৰা ইউটিউবলৈ বিজ্ঞাপনৰ অত্যাচাৰ সহ্য কৰা অভ্যাস হৈ গৈছে সাধাৰণ জনতাৰ৷ কিন্তু সকলোৱেই জানো বিজ্ঞাপনৰ দ্বাৰা বিৰক্ত নোহোৱাকৈ থাকিব পাৰে!…

বিচাৰ প্রক্রিয়া চলি থকা সময়তে হৃদৰোগত মৃত্যু অধিবক্তাৰ

🔹 তেলেংগানা হাইক’টত মর্মান্তিক ঘটনা নিউজ ডেস্ক, ২০ ফেব্রুৱাৰী : উচ্চ ন্যায়ালয়ত গোচৰৰ বিচাৰ প্রক্রিয়া চলি থকা সময়তে হূদৰোগত আক্রান্ত হৈ মৃত্যু হ’ল এজন অধিবক্তাৰ৷ এই ঘটনা সংঘটিত হৈছে তেলেংগানা উচ্চ ন্যায়ালয়ত৷ পৰহি বিচাৰ প্রক্রিয়া চলি থকাৰ…

ভাৰতৰ ৪০ বছৰীয়া বিশ্ব অভিলেখ ভংগ আমেৰিকাৰ

নিউজ ডেস্ক, ২০ ফেব্রুৱাৰী : ভাৰতৰ ৪০ বছৰীয়া পুৰণি বিশ্ব অভিলেখ ভংগ কৰিলে আমেৰিকাই৷ পুৰুষৰ এদিনীয়া ক্রিকেটত সর্বনিম্ন স্ক’ৰ ডিফেণ্ড কৰি নতুন বিশ্ব অভিলেখ গঢ়িলে মহাশক্তিধৰ আমেৰিকাই ক্রিকেট দলটোৱে৷ ক্রিকেট বিশ্বকাপ লীগ ২ৰ খেলত ওমানৰ বিৰুদ্ধে…

দশম–দ্বাদশৰ ব’ৰ্ড পৰীক্ষা বছৰত দুবাৰ অনুষ্ঠিত হ’ব

🔹 চিবিএছইৰ বৃহৎ সংস্কাৰ নিউজ ডেস্ক, ২০ ফেব্রুৱাৰী : ৰাষ্ট্রীয় শিক্ষানীতি ২০২০ৰ অধীনত চিবিএছইয়ে পৰীক্ষাত বৃহৎ সংস্কাৰৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানৰ অধ্যক্ষতাত অনুষ্ঠিত এক গুৰুত্বপূর্ণ বৈঠকত চিবিএছইৰ…

বাঘবৰৰ কণৰাত অবৈধ খননৰ বিৰুদ্ধে প্ৰতিবাদ শিক্ষাৰ্থী-শিক্ষকৰ

🔹 খহনীয়াত ১৩বাৰকৈ স্থানান্তৰিত গড়লা সুঁতি প্ৰাথমিক বিদ্যালয় নিয়মীয়া বাৰ্তা,  ২০ ফেব্ৰুৱাৰী : বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰৰ অধীনস্থ কনৰা গাঁৱত ব্ৰহ্মপুত্ৰ নদীৰ বক্ষত অবৈধ খনন। উপায়হীন হৈ অবৈধ মাটি খনন কাৰ্যৰ বিৰুদ্ধে এইবাৰ তীব্ৰ…

ধনেই নহয়, নাৰীৰ প্রতিও দুর্বল ৰাকেশ পাল

🔹 মহিলা প্রার্থীৰে অবৈধ সম্পর্ক দুর্নীতিৰ সদাগৰৰ 🔹 ভঙাগড়ৰ বাসগৃহত পালৰ সৈতে দিনটো অতিবাহিত কৰিছিল মহিলা প্ৰাৰ্থীয়ে ষ্টাফ ৰিপ’ৰ্টাৰ, ২০ ফেব্রুৱাৰী : দুর্নীতিৰ সদাগৰ ৰাকেশ পালৰ কার্যকালত অসম লোকসেৱা আয়োগ (এপিএছচি)ত সংঘটিত অনিয়ম সন্দর্ভত…

গ্রামীণ ডাক সেৱকৰ ২১,৪১৩টা পদ খালী

🔹 আবেদনৰ অন্তিম তাৰিখ ৩ মার্চ ভাৰত চৰকাৰৰ যোগাযোগ মন্ত্রালয়ৰ অধীনত ২১,৪১৩টা গ্রামীণ ডাক সেৱকৰ খালী পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচাৰিছে৷

মহাকুম্ভক ‘মৃত্যুকুম্ভ’ আখ্যা মমতাৰ, ক্ষুব্ধ যোগী

🔹 'ত্রিবেণী সংগমৰ পানী স্নানেই নহয়, খোৱাৰ বাবেও উপযুক্ত' নিউজ ডেস্ক, ২০ ফেব্রুৱাৰী : মহাকুম্ভক লৈ এইবাৰ আৰম্ভ হৈছে ‘মহাবিতর্ক’৷ পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে মহাকুম্ভ এতিয়া ‘মৃত্যুকুম্ভ’ হৈ পৰা বুলি মন্তব্য কৰাৰ লগে লগে উত্তাল হৈ…