নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

উদ্বোধনী মেচত পৰাস্ত ডিফেণ্ডিং চেম্পিয়ন পাকিস্তান

🔹 চেম্পিয়নছ ট্রফী : ৬০ ৰানত জয় নিউজিলেণ্ডৰ নিউজ ডেস্ক, ২০ ফেব্রুৱাৰী : আইচিচি চেম্পিয়নছ ট্রফীৰ উদ্বোধনী মেচতে পৰাস্ত হ’ল ডিফেণ্ডিং চেম্পিয়ন পাকিস্তান৷ কালি কৰাচীত অনুষ্ঠিত ৰোমাঞ্চকৰ মেচখনত ঘৰুৱা দলটোৱে নিউজিলেণ্ডৰ হাতত ৬০ ৰানত পৰাস্ত হয়৷…

ডুবাইত আজি টীম ইণ্ডিয়াৰ সন্মুখত বাংলাদেশ

🔹 চেম্পিয়নছ ট্রফী : ৩ স্পিনাৰৰে নামিব ভাৰত নিউজ ডেস্ক, ২০ ফেব্রুৱাৰী : খিতাপ দখলৰ অন্যতম দাবীদাৰ টীম ইণ্ডিয়াই আইচিচি চেম্পিয়নছ ট্রফীত আজি অভিযান আৰম্ভ কৰিব৷ সুদীর্ঘ ৮ বছৰৰ পিছত পুনৰ আৰম্ভ হোৱা আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনৰ আজি ডুবাইত…

উদ্বিগ্ন বিশ্ব ! গুৰুতৰভাৱে অসুস্থ পোপ ফ্রান্সিছ

🔹 ইটালীৰ ৰোমৰ জেমেল্লী হাস্পতালত চিকিৎসাধীন নিউজ ডেস্ক, ২০ ফেব্রুৱাৰী : কেথলিক খ্রীষ্টানৰ মুৰব্বী ধর্মগুৰু পোপ ফ্রান্সিছ গুৰুতৰভাৱে অসুস্থ৷ একাধিক শাৰীৰিক সমস্যাৰ লগতে হাঁওফাঁওৰ সংক্রমণৰ বাবে পোপ ফ্রান্সিছক ভর্তি কৰোৱা হৈছে ইটালীৰ ৰোমৰ…

ভাৰতৰ কূটনৈতিক জয়

বিশ্বৰ প্রাচীনতম গণতান্ত্রিক দেশৰ মুৰব্বী আৰু বিশ্বৰ বৃহত্তম গণতান্ত্রিক দেশৰ প্রশাসনিক মুৰব্বীয়ে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ পাছত কোনখন দেশ অধিক লাভৱান হ’ল তাক লৈ ব্যাপক চর্চা হৈছে৷ অর্থাৎ আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প…

আজিৰ দিনটোৰ ৰাশিফল

আজি ২০ ফেব্রুৱাৰী, ফাগুন মাহৰ ৭ তাৰিখ বৃহস্পতিবাৰ : তিথি– কৃষ্ণা সপ্তমী, নক্ষত্র : বিশাখা, যাত্রা : শুভ মেষ : পুৱা ভালেই যাব যদিও আবেলিৰ ভাগত কর্মক্ষেত্রত সহযোগীৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে৷ ঘৰুৱাত উন্নতি৷ শুভ ৰং কমলা৷ বৃষ : দিনটো…

ভুল ঘোষণাৰ বাবে নতুন দিল্লীত পদপিষ্টৰ ঘটনা

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ ফেব্ৰুৱাৰীঃ আৰপিএফৰ প্রতিবেদনত অস্বস্তিত পৰিছে ৰে’ল বিভাগ৷ নতুন দিল্লী ষ্টেচনত পদপিষ্টৰ ঘটনাত ৰে’ল বিভাগৰ দাবী খণ্ডন কৰি দুর্ঘটনাৰ প্রাথমিক প্রতিবেদন দাখিল কৰিছে আৰপিএফে৷ এই প্রতিবেদনত উল্লেখ কৰা হৈছে যে মাত্র…

একেটা ঘৰত ৩০০ মেকুৰীক আশ্রয়

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ ফেব্ৰুৱাৰীঃ দীর্ঘদিন ধৰি এগৰাকী প্রতিৱেশীৰ ফ্লেটৰ পৰা উৎকট গোন্ধ পাইছিল আৱাসিক প্রাসাদ এটাৰ বাসিন্দাসকলে৷ সন্দেহ হোৱাৰ লগে লগে স্থানীয় থানাত খবৰ দিয়ে প্রাসাদটোৰ বাসিন্দাসকলে৷ খবৰ পোৱাৰ পাছত ঘটনাস্থলীত উপস্থিত হয়…

মহাকুম্ভত সুৰক্ষিত-আৰামদায়ক সুবিধা প্ৰদান ভাৰতীয় ৰেলৱেৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ ফেব্ৰুৱাৰীঃ প্ৰয়াগৰাজৰ মহা কুম্ভ ২০২৫-ত ইতিমধ্যে ৫৩কোটি পবিত্ৰ স্নান প্ৰত্যক্ষ কৰা গৈছে, যাৰ ফলত ই বিশ্বৰ সৰ্ববৃহৎ ধৰ্মীয় সমাৱেশ হৈ পৰিছে। দৈনিক লাখ লাখ ভক্তৰ উপস্থিতিলগে লগে, ভাৰতীয় ৰে'লৱেই তীৰ্থযাত্ৰীসকলৰ…

উজনি মাজুলীত আলি-আঃয়ে-লৃগাং পালন

নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিংসকলে আজি তেওঁলোকৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং পালন কৰে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে  মাজুলীৰো প্ৰতিখন মিচিং গাঁৱত অতি উলহ-মালহেৰে আলি আঃয়ে লৃগাং পালন কৰা পৰিলক্ষিত হয়৷…

কাইলৈ ৰামলীলা ময়দানত দিল্লীৰ মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণৰ মহাআয়োজন

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ ফেব্ৰুৱাৰীঃ নতুন দিল্লী চৰকাৰৰ শপতগ্ৰহণৰ বাবে অতিথি তালিকা প্ৰকাশ পাইছে। এই অনুষ্ঠানৰ বাবে বিজেপিয়ে বিভিন্ন ৰাজ্যৰ চৰকাৰৰ মুঠ ২০জন উপ-মুখ্যমন্ত্ৰীক আমন্ত্ৰণ জনাইছে। ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশৰ পৰা নাগালেণ্ডলৈকে…