সৰিয়হ চপোৱাত ব্যস্ত ঢকুৱাখনাৰ কৃষক ৰাইজ
🔹 সৰিয়হৰ পৰাই ২৫ কোটিৰো অধিক টকা আহৰণৰ সম্ভাৱনা
পুলকজ্যোতি বৰা, ঢকুৱাখনা, ১৭ ফেব্ৰুৱৰী : এতিয়া সৰিয়হ চপোৱাৰ সময়। সৰিয়হ চপোৱাত ব্যস্ত ঢকুৱাখনাৰ কৃষক ৰাইজ। হাজাৰ হাজাৰ বিঘা ভূমিত সৰিয়হৰ খেতি ঢকুৱাখনাৰ কৃষকৰ। পৰিয়ালৰ পুৰুষ-মহিলা সকলোৱে উবুৰি…