নগৰবেৰাত ছোৱালী জোকোৱাক লৈ ভয়ানক মাৰপিট : চেপা উত্তেজনা
নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰী : নগৰবেৰাৰ কল্যাণপুৰত দুই পক্ষৰ মাজত আজি পুৱাৰ ভাগত প্ৰচণ্ড মাৰপিট সংঘটিত হয় | ছোৱালী জোকোৱাক কেন্দ্ৰ কৰি প্ৰথমে দুই পক্ষৰ মাজত বাকবিতণ্ডা আৰু পাছলৈ সংঘটিত হয় ভয়ানক মাৰপিট | ঘটনাক কেন্দ্ৰ কৰি গাঁওখনত চেপা…