চমক আৰচিবিৰ : ৰজত পাটিদাৰক অধিনায়কৰ দায়িত্ব
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ ফেব্ৰুৱাৰীঃ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে আই পি এল ২০২৫ৰ অধিনায়ক হিচাপে নিযুক্তি দিলে ৰজত পাটিদাৰক। বিৰাট কোহলিক পুনৰ দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হ’ব বুলি চৰ্চা চলিছিল যদিও সেয়া নহ’ল। দলটোৱে অধিনায়কত্ব…