শাস্তিৰ সন্মুখীন তিনি পাকিস্তানী ক্রিকেটাৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৪ ফেব্ৰুৱাৰীঃ দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে মেচ চলি থকা সময়ত অভব্য আচৰণ কৰি শ্বাহিন শ্বাহ আফ্রিদী, ছাউদ চাকিল আৰু কামৰান গুলামে আইচিচিৰ দ্বাৰা শাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে৷ বিপক্ষৰ অধিনায়কক আউট কৰি পৈশাচিক উল্লাস কৰি…