নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

দেশৰ ৰাজধানী দিল্লীত ড০ হিমন্ত বিশ্ব শৰ্মাৰ মেজিক

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ ফেব্ৰুৱাৰীঃ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ জনপ্রিয়তা কেৱল অসম বা উত্তৰ–পূর্বাঞ্চলতে সীমাবদ্ধ হৈ থকা নাই৷ ইতিমধ্যে ৰাজস্থান, ছত্তিশগড়, ওড়িশা আদি ৰাজ্যৰ নির্বাচনত বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে অংশগ্রহণ…

অসমীয়া মহিলাক লৈ সামাজিক মাধ্যমত বিৰূপ মন্তব্য : ৫জনৰ বিৰুদ্ধে গোচৰ ৰুজু

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ ফেব্ৰুৱাৰীঃ অসমীয়া মহিলাক কেন্দ্র কৰি সামাজিক মাধ্যমযোগে আপত্তিজনক মন্তব্য কৰা ইউটিউবাৰ অভিষেক কৰক চিআইডিয়ে উলুবাৰীৰ কার্যালয়ত জেৰা চলায়৷ উল্লেখ্য যে ইউটিউবাৰজনে এটা পডকাষ্টৰ জৰিয়তে অসমৰ মায়ঙৰ মহিলাই ইয়ালৈ অহা…

আজিৰ দিনটোৰ ৰাশিফল

আজি ১১ ফেব্রুৱাৰী, মাঘ মাহৰ ২৮ তাৰিখ মঙলবাৰঃ তিথি–শুক্লা চতুর্দশী, নক্ষত্রঃ পুষ্যা, যাত্রাঃ নাই মেষঃ অপ্রত্যাশিতভাৱে ধন লাভৰ যোগ আছে৷ কর্মসূত্রত ভ্রমণ যোগ৷ বিবাহ প্রার্থীৰ বিবাহৰ যোগ৷ নতুন উৎসাহজনক খবৰে আনন্দিত কৰিব৷ শুভ ৰং গুলপীয়া৷ শুভ…

সুকন্যা : চিলাই মেচিনেৰে স্বাৱলম্বনৰ যাত্রা নলবাৰীৰ বৈজয়ন্তী ডেকাৰ

নগেন তালুকদাৰ স্নাতক ডিগ্রীধাৰী এজনী জীৱন সংগ্রামী তিৰোতা৷ নাম বৈজয়ন্তী ডেকা৷ নলবাৰী জিলাৰ খখৰিশাল গাঁৱৰ কুমাৰপাৰা চুবুৰিত প্রয়াত উপেন ঠাকুৰীয়াৰ ঔৰসত আৰু পদ্মা ঠাকুৰীয়াৰ গর্ভত ১৯৭৪ চনত জন্মলাভ কৰে বৈজয়ন্তীয়ে৷ জন্ম গাঁওখনৰে ৮০৩নং পকোৱা…

সুকন্যা : কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ সঞ্চালক ড০ সোণালী ঘোষৰে সাক্ষাৎকাৰ

সাক্ষাৎগ্রহণঃ নৱ কুমাৰ শর্মা ফোনঃ ৯৯৫৪৫–৯০১৩৩ মূৰত দৃষ্টিনন্দন হেট তথা লংপেণ্ট–স্প’র্টিং পৰিধান কৰি কাজিৰঙাৰ দৰে সুবিশাল ৰাষ্ট্রীয় উদ্যানখনত এগৰাকী পুৰুষৰ দৰেই কর্তব্য সম্পাদন কৰি গৈছে এগৰাকী দক্ষ মহিলা বন বিষয়াই৷ মাজে–সময়ে হাতীৰ পিঠিত…

মন্দিয়া উন্নয়ন খণ্ড কাৰ্যালয়ত আত্মসহায়ক গোটৰ মহিলাৰ ৰণচণ্ডী ৰূপ

নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰী : বৰপেটাৰ বাঘবৰৰ মন্দিয়া উন্নয়ন খণ্ড কাৰ্যালয়ত আত্মসহায়ক গোট মহিলাৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি মন্দিয়াৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ BPM মনীষ বৰকাকতিৰ…

বৰভাগত ২৫ হাজাৰ টকাত ক্ৰয় কৰিলে এখন গামোচা 

নিয়মীয়া বাৰ্তা, বৰভাগ, ১০ ফেব্ৰুৱাৰী : এখন বিশেষ গামোচা। গামোচাখন কিনিবলৈ ব্যাপক ভিৰ। দৰদাম দেখিলে চকু কপালত উঠিব বহুতৰে। অসমীয়াৰ স্বাভিমান গামোচা এখনৰ মূল্য উঠিল ২৫ হাজাৰ টকা। নলবাৰী জিলাৰ বৰভাগৰ ৰণাকুছিত কালি এই বিশেষ গামোচাখন ক্ৰয় কৰিবলৈ…

বৈবাহিক জীৱনৰ প্ৰাকমুহূৰ্তত শচীনক নিঠৰুৱা কৰি গ’লগৈ জানমণি

নিয়মীয়া বাৰ্তা ১০ ফেব্ৰুৱাৰী : ধেমাজি জিলাৰ চিলাপথাৰত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্কৰ শেষত বৈবাহিক জীৱনৰ উদ্দেশ্যে প্ৰেমিকৰ সৈতে যাত্ৰা কৰা এগৰাকী যুৱতীয়ে আকোঁৱালি লব লগা হৈছে মৃত্যুক। ইফালে গুৰুতৰভাৱে আহত হৈ…

অসম কাজিৰঙা বিশ্ববিদ্যালয়ৰ দশম সমাৱৰ্তন সম্পন্ন

নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ এক আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান অসম কাজিৰঙা বিশ্ববিদ্যালয়ৰ দশম সমাৱৰ্তন ৮ ফেব্ৰুৱাৰীত সফলতাৰে সম্পন্ন হয়। টাটা কেমিকেলছৰ পৰিচালন সঞ্চালক আৰু চি ই অ' ৰামকৃষ্ণন মুকুণ্ডন, বাজাজ এলাইঞ্চৰ পৰিচালন সঞ্চালক…