কিশোৰীক যৌন নিৰ্যাতনৰ অভিযোগত দুই পক্ষৰ প্ৰচণ্ড মাৰপিট
নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ চাবুৱাৰ বিন্ধাকটা খাল গাঁৱৰ এগৰাকী কিশোৰীক ঘৰত কোনো নথকাৰ সুযোগ বুজি এজন যুৱকে অসৎ উদ্দেশ্যেৰে যৌন নিৰ্যাতন চলোৱা বুলি অভিযোগ উত্থাপিত হোৱাত ঘটনাক লৈ জড়িত থকা যুৱকক বিচাৰি যোৱা ৫জন যুৱকক আক্ৰমণ একাংশৰ। আক্ৰমণৰ…