নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

দ্বিতীয় এদিনীয়াত পৰাস্ত ইংলেণ্ড : শৃংখলা দখল টীম ইণ্ডিয়াৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ ফেব্ৰুৱাৰীঃ দীর্ঘদিনীয়া প্রতীক্ষাৰ অন্তত শতকৰ মুখ দেখিলে টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শর্মাই৷ ৩৩৯ দিন পাছত এদিনীয়া ক্রিকেটত শতকীয় ইনিংছ খেলি হৃত ফর্ম উদ্ধাৰৰ ইংগিত দিলে ৰোহিতে৷ এদিনীয়া ক্রিকেটত ৩২সংখ্যক শতক অর্জন…

আজিৰ দিনটোৰ ৰাশিফল

আজি ১০ ফেব্রুৱাৰী, মাঘ মাহৰ ২৭ তাৰিখ সোমবাৰঃ তিথি–শুক্লা ত্রয়োদশী, নক্ষত্রঃ পুনর্বসু, যাত্রাঃ শুভ মেষঃ আনন্দ লাভ৷ সু–সংযোগত মনত উৎসাহ থাকিব৷ আর্থিক দিশত সিমান উন্নত নহ’লেও অসুবিধাতো নপৰিব৷ ব্যৱসায়ত শুভ৷ শুভ ৰং বগা, শুভ সংখ্যা ৯৷ বৃষঃ…

নিজৰ মাজতে আৰু যুঁজি থাকা, শেষ কৰি দিয়া

নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ ফেব্ৰুৱাৰীঃ দিল্লী বিধানসভা নির্বাচনৰ ফলাফলত ‘ইণ্ডি’ জোঁটৰ দুই দল কংগ্রেছ আৰু আপৰ শোচনীয় পৰাজয়ৰ পিছত দুয়োটা দলক কটাক্ষ কৰিছে জম্মু–কাশ্মীৰৰ মুখ্যমন্ত্রী ওমৰ আব্দুল্লাই৷ ‘ইণ্ডি’ জোঁটৰ আভ্যন্তৰীণ কন্দলক লৈ সৰৱ হৈ থকা…

নিষিদ্ধ হ’ব শ্বেখ হাছিনাৰ দল আৱামি লীগ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ ফেব্ৰুৱাৰীঃ বাংলাদেশত মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱর্তীকালীন চৰকাৰে প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাৰ লগতে তেওঁৰ ৰাজনৈতিক আৱামি লীগৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰি আহিছে৷ দেশখনত আৱামি লীগৰ নেতা–কর্মীক বিভিন্ন…

কংগ্ৰেছ-আপৰ অঁৰিয়াঅৰিত সুযোগৰ সদ্ব্যৱহাৰ বিজেপিৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ ফেব্ৰুৱাৰীঃ কালি দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয়। দিল্লীত ২৭ বছৰৰ পাছত স্পষ্ট সংখ্যাগৰিষ্ঠতাৰে পুনৰ ক্ষমতালৈ আহে বিজেপি। ইয়াত ৪৮খন আসন পায় বিজেপিয়ে। আম আদমী পাৰ্টীৰ ২২খন আসনলৈ হ্ৰাস। মুঠ ১৪খন আসনেৰে…

৫০০ দিনৰ মূৰকত ৩ ইজৰাইলী পণবন্দীক মুকলি

নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ ফেব্ৰুৱাৰীঃ চলিত গাজা যুদ্ধবিৰতিৰ অধীনত আজি হামাছে পণবন্দী কৰি ৰখা তিনি ইজৰাইলী নাগৰিকক মুকলি কৰি দিয়ে৷ প্রায় ৫০০ দিন হামাছৰ হাতত পণবন্দী হৈ থকা তিনি ইজৰাইলী নাগৰিকক আন্তর্জাতিক সংগঠন ৰেডক্রছৰ হাতত গতাই দিয়াৰ পিছতে…

গুণোৎসৱত বহিঃমূল্যায়ক হিচাপে উপস্থিত থাকি ৩ বিদ্যালয়লৈ গ্ৰন্থ উপহাৰ

বিশেষ বার্তা, ৯ ফেব্ৰুৱাৰী : সম্প্ৰতি ডিব্ৰুগড় জিলাৰ জয়পুৰ শিক্ষাখণ্ডৰ অধীনত বিভিন্ন শিক্ষানুষ্ঠান সমাপ্তি ঘটা গুণোৎসৱ কাৰ্যসূচীত এক বিশেষ কৰ্মৰে চৰ্চা লাভ কৰিছে নাহৰকটীয়া মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক তথা ক্ৰীড়া সংগঠক সুৰজ গগৈয়ে। মনকৰিবলগীয়া…

ৰাজ্যলৈ গৌৰৱ কঢ়িয়ালে নলবৰীয়া শিল্পী গুঞ্জন শৰ্মাই

নিয়মীয়া বাৰ্তা, ৯ ফেব্ৰুৱাৰীঃ মাইছোৰ আন্তর্জাতিক চুটি ছবি-তথ্যচিত্র মহোৎসৱত অসমীয়া তথ্যচিত্র 'নিউ ইয়াৰ ইন ঈশান ভাৰত 'লৈ ষ্টুডেন্ট শিতানত শ্ৰেষ্ঠত্বৰ সন্মান আঁজুৰি আনিছে অসমৰ অগ্ৰগনি চিত্ৰ নিৰ্মাণ প্ৰতিষ্ঠান  SSDEKA Media & entertainment…

আৰক্ষীৰ গাড়ীৰ বনেটত উঠি ন*গ্ন হৈ মহিলাৰ প্রতিবাদ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ ফেব্ৰুৱাৰীঃ ইৰানৰ কঠোৰ পোছাক বিধিৰ প্রতিবাদত এইবাৰ দেশখনৰ পথত নগ্ণ হৈ ঘূৰিলে এগৰাকী মহিলাই৷ অকল সেয়াই নহয়, নগ্ণ অৱস্থাতে আৰক্ষীৰ গাড়ীৰ ওপৰত জঁপিয়াই উঠিল মহিলাগৰাকী৷ গাড়ীৰ বনেটৰ ওপৰত থিয় হৈ প্রতিবাদ জনালে ইৰান…

এমএলএ কাপ ক্ৰিকেটত নাহৰকটীয়া বিধায়ক একাদশ চূড়ান্ত বিজয়ী

বিশেষ বার্তা, ৯ ফেব্ৰুৱাৰী : নাহৰকটীয়াৰ বিধায়ক তৰঙ্গ গগৈৰ উদ্যোগত নাহৰকটীয়া ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হোৱা আন্তঃবিভাগীয় দিবা নৈশ এম এল এ কাপ ক্ৰিকেট প্ৰতিযোগিতা ২০২৫ত নাহৰকটীয়া বিধায়ক একাদশে চূড়ান্ত বিজয়ীৰ খিতাপ অর্জন কৰিছে। যোৱা ৪…