সোণাৰিৰ পলষ্টাৰ একাডেমীত প্ৰথমবাৰৰ বাবে সৰস্বতী পূজা
বিশেষ বাৰ্তা, ৩ জানুৱাৰী : সোণাৰি নগৰৰ অন্যতম শৈক্ষিক প্ৰতিষ্ঠান পলষ্টাৰ একাডেমীত এইবাৰ প্ৰথমবাৰৰ বাবে সৰস্বতী পূজাৰ আয়োজন কৰা হয় । বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে মাত্ৰ তিনি দিনৰ ভিতৰত নিজ হাতে সৰস্বতী প্ৰতিমা নিৰ্মাণ কৰি…