উচ্চতম ন্যায়ালয়ৰ নির্দেশনা মানি ৰোগীৰ ‘মৃত্যুৰ অধিকাৰ’ নিয়ম বলৱৎ
🔹 চিকিৎসকৰ দুটা পর্যায়ত পৰীক্ষাৰ পিছত আদালতে ল’ব সিদ্ধান্ত
🔹 উপহাৰ দিয়া হ’ব ‘শান্তিপূর্ণ মৃত্যু’
নিউজ ডেস্ক, ২ ফেব্রুৱাৰী : উচ্চতম ন্যায়ালয়ৰ নির্দেশনা মানি ‘মৃত্যুৰ অধিকাৰ’ নীতি আৰম্ভ কৰিলে কর্ণাটক চৰকাৰে৷ এই নীতি অনুসৰি, যিসকল ৰোগী কঠিন…