নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

আপত্যাগী ৮ বিধায়কৰ আনুষ্ঠানিকভাৱে বিজেপিত যোগদান

🔹 বিধানসভা নির্বাচনৰ পূর্বে দিল্লীৰ শাসকীয় দলত আঘাত নিউজ ডেস্ক, ২ ফেব্রুৱাৰী : পৰহিয়েই বৃহৎ আঘাত পৰিছিল দিল্লীৰ আপৰ দুর্গত৷ একেলগে দলত্যাগ কৰিছিল দিল্লীৰ ৮জন আপ বিধায়কে৷ লক্ষণীয়ভাৱে তেওঁলোকৰ ৭জনেই এইবাৰ দিল্লী বিধানসভা নির্বাচনত দলীয়…

দেৱভূমি উত্তৰাখণ্ড ৰাষ্ট্রীয় ক্রীড়াত ৰূপেৰে উজলিছে অসম

🔹 ৫ পদকেৰে অভিযান সামৰিলে উশ্বু দলে : ফুটবলৰ ছেমিত পুৰুষ দল নিউজ ডেস্ক, ২ ফেব্রুৱাৰী : দেৱভূমি উত্তৰাখণ্ডত চলি থকা ৩৮সংখ্যক ৰাষ্ট্রীয় ক্রীড়াত কালি অসমে তিনিটা ৰূপ আৰু এটা ব্রঞ্জৰ পদক লাভ কৰি সাফল্যৰ গৌৰৱময় যাত্রা অব্যাহত ৰাখিছে৷ কালি…

ফৰেনছিক ছায়েঞ্চ সঞ্চালকালয়ত পদ মুকলি

🔹 আবেদনৰ অন্তিম তাৰিখ ১৬ ফেব্রুৱাৰী অসম লোকসেৱা আয়োগে ফৰেনছিক ছায়েঞ্চ সঞ্চালকালয়ত খালী হোৱা ৬টা পদৰ বাবে আবেদন আহ্বান কৰিছে৷

কংগোত সেনা–বিদ্রোহীৰ যুদ্ধত নিহত ৭০০

🔹 গোমা দখলৰ পিছত বুকাভু অভিমুখে অগ্রসৰ এম–২৩ৰ যোদ্ধা নিউজ ডেস্ক, ২ ফেব্রুৱাৰী : আফ্রিকান ৰাষ্ট্র ডেম’ক্রেটিক ৰিপাব্লিক অৱ কংগো (ডিআৰচি)ত বিগত এসপ্তাহ ধৰি বিদ্রোহী আৰু সেনাৰ মাজত চলা যুদ্ধত কমপক্ষেও ৭০০ লোক নিহত হৈছে৷ ৰাষ্ট্রসংঘৰ তৰফৰ পৰা…

ওপজা দিনত মুখ্যমন্ত্রীৰ ছবি অঁকা ওদালগুৰিৰ মৃণ্ময়লৈ ১ লাখ টকা

🔹 ১২ বছৰ অনূর্ধ্বৰ প্রথম স্থানপ্ৰাপক নির্জুমনলৈ ৫০ হাজাৰ টকা নিয়মীয়া বার্তা, ডিমাকুছি, ২ ফেব্রুৱাৰী : কালি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ জন্মদিন উদযাপন কৰে ৰাজ্যবাসীয়ে৷ ওদালগুৰিৰ হাতীগড়তো ইএম সঞ্জিৎ তাঁতীৰ উদ্যোগত দিনজোৰা…

মধ্যবিত্তক সকাহ : নির্মলাৰ নির্মল বাজেট

🔹 মোদী ৩.০ চৰকাৰৰ প্রথম পূর্ণাংগ বাজেট নিউজ ডেস্ক, ২ ফেব্রুৱাৰী : মোদী ৩.০ৰ প্রথম পূর্ণাংগ বাজেটত প্রতিফলন হৈছে বিকশিত ভাৰতৰ ৰূপৰেখা৷ বিকশিত ভাৰতৰ দিশে যাত্রাত গণতন্ত্র, জনগাঁথনি আৰু চাহিদাই সর্বাধিক গুৰুত্ব লাভ কৰে৷ ভাৰতৰ বিকাশৰ কাৰণে…

তৃতীয়–চতুর্থবর্গৰ কোনো কর্মচাৰীয়ে দিব নালাগে আয়কৰ

🔹 বাজেটক লৈ উৎফুল্লিত মুখ্যমন্ত্রী ড০ শর্মা 🔹 অসমৰ বাবে সাতটা অসামান্য উন্নয়নৰ পথ প্রশস্ত বিশেষ বাৰ্তা, ২ ফেব্রুৱাৰী : এতিয়াৰে পৰা তৃতীয় আৰু চতুর্থবর্গৰ কোনো কর্মচাৰীয়ে আয়কৰ দিব নালাগে৷- এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷…

আজিৰ দিনটোৰ ৰাশিফল

আজি ২ ফেব্রুৱাৰী, মাঘ মাহৰ ১৯ তাৰিখ দেওবাৰ : তিথি–শুক্লা চতুর্থী, নক্ষত্র : উত্তৰভাদ্রপদ, যাত্রা : নাই মেষ : এই ৰাশিৰ জাতক–জাতিকাই হালধীয়া ৰঙৰ কাপোৰ পৰিধান কৰিব৷ শিক্ষার্থীসকলৰ বাবে ভাল৷ ব্যৱসায়ীসকলে নতুন কামত হাত নিদিয়াই ভাল৷ শুভ সংখ্যা…

মহাকুম্ভমেলাত অংশগ্ৰহণ ৭৭ দেশৰ অতিথিৰ, ৩২ কোটি লোকৰ সংগমত স্নান

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ ফেব্ৰুৱাৰীঃ আজি ৭৭খন দেশৰ পৰা ১১৮গৰাকী বিশেষ অতিথি মহাকুম্ভত উপস্থিত হৈছে। এই অতিথিসকলৰ ভিতৰত আছে ৰাষ্ট্ৰদূত, কূটনীতিবিদ আৰু তেওঁলোকৰ পৰিয়াল। এই প্ৰতিনিধি দল ভাৰত চৰকাৰৰ আমন্ত্ৰণত মহাকুম্ভত উপস্থিত হৈছে। এই…

নগৰবেৰা প্ৰেছ ক্লাবৰ নতুন সমিতি গঠন

নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰীঃ নগৰবেৰা প্ৰেছ ক্লাৱৰ আজি এক জৰুৰী সাধাৰণ সভাৰ আয়োজন কৰা হয়। সভাপতি সঞ্জীৱ কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত পুৰণা সমিতি ভংগ কৰি তলত দিয়া ধৰণেৰে নগৰবেৰা প্ৰেছ ক্লাৱৰ নতুন সমিতিখন গঠন কৰা হয়। সেইমৰ্মে সঞ্জীৱ…