২৮৩৮ পাকিস্তানী, ৯১৪ আফগানী, ১৭২ বাংলাদেশীক দিয়া হৈছে নাগৰিকত্ব, মুঠ কিমান শৰনাৰ্থীক নাগৰিকত্ব দিয়া…
নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনক লৈ দেশজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে দেওবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দাঙি ধৰে পাকিস্তানী , বাংলাদেশী আৰু আফগানী লোকে ভাৰতত নাগৰিকত্ব পোৱাৰ হিচাপ । দেওবাৰে চেন্নাইত…