আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চঃ সমগ্ৰ দেশতে দৈনিক ক'ৰোনাৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পাছত বিভিন্ন ৰাজ্যত লক ডাউন ঘোষণা কৰিছে । আজি এই সমগ্ৰ বিষয় সামৰি নিশা ৮ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰিব ।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক…