নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Prime Minister Narendra Modi

ভূপেন বৰা লুভীয়া মানুহ, চতুৰ্থবাৰৰ বাবে নিৰ্বাচনত হাৰি ৰেকৰ্ড গঢ়িব প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়েঃ…

বিশেষ বাৰ্তা, ১৮ নৱেম্বৰ : ভূপেন বৰা এজন লুভীয়া মানুহ। লোভেই পাপ, পাপেই মৃত্যু। কাজিৰঙা লোকসভা সমষ্টিত যদি ভূপেন বৰাই প্ৰতিদ্বন্দ্বিতা কৰে ৩ লাখ ভোটৰ ব্যৱধানত চতুৰ্থবাৰৰ বাবে নিৰ্বাচনত পৰাজয় বৰণ কৰিব। একেৰাহে চতুৰ্থবাৰ নিৰ্বাচনত…

বিলাসীপাৰাত পিষ্টলসহ দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰ : ধুবুৰী জিলাৰ বিলাসীপাৰা আৰক্ষীয়ে আজি বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হয়। আৰক্ষী সূত্রে জানিব পৰা মতে, এক গোপন সূত্ৰৰ পম খেদি বিলাসীপাৰা মহকুমা আৰক্ষী বষয়া ড০ স্মৃতিৰেখা ফুকনৰ নেতৃত্বত এদল আৰক্ষীয়ে ১৭ নং…

মাৰ্চৰ প্ৰথম সপ্তাহত ঘোষণা হ’ব নিৰ্বাচনৰ দিনঃ চিলাপথাৰত মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ

নিয়মীয়া বাৰ্তা, ২২ ফেব্ৰুৱাৰীঃ কেতিয়া পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা হ'ব তাক লৈ এতিয়া সকলো ৰাজনৈতিক দলেই অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছে। ইয়াৰ মাজতে আজি অসমৰ ধেমাজিত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনালে যে নিৰ্বাচন আয়োগে…

সংসদত উচুপি উঠিল প্ৰধানমন্ত্ৰী মোদীঃ ৰাজ্যসভাৰ পৰা অৱসৰ ‘বন্ধু’ গুলাম নবী আজাদৰ

নিয়মীয়া বাৰ্তা ৯ ফেব্ৰুৱাৰীঃ ৰাজনীতিত শাসকীয় দল আৰু বিৰোধী দলৰ বিভিন্ন আদৰ্শগত মতানৈক্য থাকিলেও ইজনে সিজনৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্কও বৰ্তাই চলে। বৰ্তমান শাসন-বিৰোধীৰ যুঁজ দেখা যায় যদিও কিন্তু বিৰল তেওঁলোকৰ মাজৰ বন্ধুত্বৰ কাহিনী। মঙলবাৰে…

লকডাউনঃ মুখ্যমন্ত্রীসকলৰে আজি আলোচনাত বহিব প্রধানমন্ত্রী

নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ ভাৰতত লকডাউন এমাহ অতিক্রম কৰাৰ পাছতো ক’ৰোনা ভাইৰাছৰ সংক্রমণ নিয়ন্ত্রণলৈ আনিব নোৱাৰাত বহুকেইখন ৰাজ্যই লকডাউন পুনৰ বৃদ্ধিৰ পোষকতা কৰিছে৷ শনিবাৰে দিল্লী চৰকাৰে স্পষ্টভাৱে জনায় যে দেশৰ ৰাজধানীত লকডাউন ১৬ মে’লৈকে…

সংবাদমেল সম্বোধন কৰি দেশবাসীক কি কি আহ্বান জনালে প্ৰধানমন্ত্ৰী মোদীয়ে-

নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চঃ সমগ্ৰ দেশতে দৈনিক ক’ৰোনাৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পাছত ক'ৰোনা প্ৰতিৰোধ সন্দৰ্ভত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰে । এই সংবাদমেলত প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশবাসীক আহ্বান কৰে এনেদৰে-…

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চঃ সমগ্ৰ দেশতে দৈনিক ক'ৰোনাৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পাছত বিভিন্ন ৰাজ্যত লক ডাউন ঘোষণা কৰিছে । আজি এই সমগ্ৰ বিষয় সামৰি নিশা ৮ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰিব । প্ৰধানমন্ত্ৰীগৰাকীয়ে এক…

দেওবাৰে ছ’চিয়েল মিডিয়া ত্যাগ কৰিব প্রধানমন্ত্রী মোদীয়ে

নিয়মীয়া বার্তা, ৩ মার্চঃ ছ’চিয়েল মিডিয়াত বিশ্বৰ ভিতৰতে সর্বাধিক প্রভাৱশালী ব্যক্তি হিচাপে পৰিচিত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অহা দেওবাৰে ছ’চিয়েল মিডিয়া ত্যাগ কৰিব৷ টুইটাৰত তেওঁ সোমবাৰে এই কথা ঘোষণা কৰে৷ ‘এই দেওবাৰে মই ফেচবুক, টুইটাৰ,…

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ ভাৰত ভ্ৰমণৰ সম্পূৰ্ণ কাৰ্যসূচী-

নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰীঃ দুদিনীয়া কার্যসূচীৰে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প, ফার্ষ্ট লেডী মেলানিয়া ট্রাম্প আৰু তেওঁলোকৰ জী–জোঁৱাই ক্রমে ইভানকা আৰু জাৰেড কুছনাৰ ভাৰত ভ্রমণলৈ আহিব৷ লগত থাকিব এটা উচ্চ পর্যায়ৰ সঁজাতী দল৷ বিদেশ…

নাম নোলোৱাকৈ ৰাহুল গান্ধীক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ বড়ো চুক্তিৰ পাছত শুকুৰবাৰে কোকৰাঝাৰৰ চহৰৰ সমীপৰ বিশাল জাংখ্ৰিথাই পথাৰত অনুষ্ঠিত হোৱা জনসভাত ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাম নোলোৱাকৈ ৰাহুল গান্ধীক সমালোচনা কৰে । কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে…