নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্ষেত্ৰধৰ শৰ্মা সোঁৱৰণী সাংবাদিকতা বঁটা ছায়ামনি ভূঞালৈ

নিয়মীয়া বাৰ্তা ২৭ জানুৱাৰীঃ  নিউজ লাইভৰ ৰাজনৈতিক সম্পাদক চায়ামনি ভূঞালৈ ক্ষেত্ৰধৰ শৰ্মা সোঁৱৰণী সাংবাদিকতা বঁটা প্ৰদান । তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ হৈ বঁটা আজি অসম বাৰ্তাজীৱী সংঘৰ সাধাৰণ সম্পাদক মুকুটৰাজ শৰ্মা আৰু প্ৰচাৰ সম্পাদক হেমন্ত বৰ্মনে নিউজ লাইভৰ কাৰ্যালয়ত চায়ামনি ভূঞাক এই বটা প্ৰদান কৰে। উল্লেখ্য যে বঁটাটিত আছিল এখন গামোছা, এখন চেলেং এখন সম্বৰ্ধণা পত্ৰ এটা স্মাৰক আৰু জাপি।

You might also like