আজিৰ দিনটোৰ ৰাশিফল
মেষ: এই ৰাশিৰ জাতক–জাতিকাৰ বিভিন্ন ধৰণৰ দুর্ঘটনা হোৱাৰ সম্ভাৱনা আছে৷ বিদ্যার্থীৰ বাবে দিনটো ভাল৷ শুভ ৰং বগা, সংখ্যা ২৷
বৃষ: আপোনাৰ চাকৰিৰ কাৰণে দিনটো শুভ৷ যান–বাহনৰ পরা সাৱধান৷ বিদ্যার্থীৰ কাৰণে দিনটো শুভ৷ শুভ ৰং নীলা, সংখ্যা ৮৷
মিথুন: দিনটোৰ শেষৰ ভাগত উন্নতিৰ সুযোগ আহিব পাৰে৷ ভ্রমণৰ যোগ৷ বিদ্যার্থীসকলে যত্ন কৰিলে ভাল ফল পাব৷ প্রেমত শুভ৷ শুভ ৰং বগা, সংখ্যা ২৷
কর্কট: আপোনাৰ চাকৰিৰ ক্ষেত্রত আগবাঢ়িব পাৰে৷ শাৰীৰিক বেয়া নহয়৷ বিদ্যার্থীসকলৰ বাবে ভাল৷ ব্যৱসায়ৰ ক্ষেত্রত অশুভ৷ শুভ ৰং বগা, সংখ্যা ২৷
সিংহ: আজিৰ দিনটো কর্মত ব্যস্ততা দেখা যায়৷ শাৰীৰিক ক্ষেত্রত বেয়া নহয়৷ ব্যৱসায়ত নতুন পৰিচয় লাভ হ’ব৷ শুভ ৰং ৰঙা, সংখ্যা ৪৷
কন্যা: আপোনাৰ সন্তানৰ বাবে চিন্তা থাকিব৷ পুৱা ঘৰৰ পৰা ওলোৱাৰ আগত বেলগছৰ গুৰিত পানী ঢ়ালিব৷ শুভ ৰং সেউজীয়া৷ সংখ্যা ২৷
তুলা: আজি দিনটো মানসিক অশান্তি ভুগি থাকিব৷ শিক্ষাৰ ক্ষেত্রত বৰ ভাল দেখা নাযায়৷ ব্যৱসায়ৰ ভাল৷ শুভ ৰং আকাশী নীলা, সংখ্যা ২৷
বৃশ্চিক: আজি হালধীয়া ৰঙৰ কাপোৰ ব্যৱহাৰ কৰিব৷ বিদ্যার্থীৰ বাবে দিনটো অশুভ৷ এজন দৰিদ্র দুখীয়াক কিছু পৰিমাণে চাউল, ৰঙা দাইল দান কৰিব৷
ধনু: দিনটো সাৱধানে থাকিব৷ ব্যৱসায়ত সমস্যা নাহিব পাৰে৷ কোনো মহিলাৰ কাৰণে বদনামী হ’ব পাৰে৷ বিদ্যার্থীৰ বাবে শুভ৷ শুভ ৰং বগা, সংখ্যা ২৷
মকৰ: আপোনাৰ দিনটো শুভ৷ প্রেমত ভাল৷ ব্যৱসায়ত সাৱধান৷ শাৰীৰিক বেয়া নহয়৷ শুভ ৰং সেউজীয়া, সংখ্যা ২৷
কুম্ভ: আপোনাৰ চাকৰিৰ ক্ষেত্রত বিভিন্ন কাৰণত সমস্যা অহাৰ সম্ভাৱনা৷ বিদ্যার্থীয়ে যত্ন কৰিলে ভবাতকৈও ভাল ফল পাব৷ শুভ ৰং গুলপীয়া, সংখ্যা ৮৷
মীন: দিনটো ভালেই যাব৷ কামত ব্যস্ততাৰে পাৰ হ’ব৷ প্রেমত মধ্যম৷ দূৰ ভ্রমণ৷ শুভ ৰং ৰঙা, সংখ্যা ৮৷