নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ কুলধৰ শইকীয়াৰ সাহিত্য–কর্ম

চুটি গল্প সংগ্রহ
– তীর্থ ডেকাৰ নিৰুদ্দেশৰ পিছৰছোৱা৷
– আখৰাত মই আৰু অন্যান্য (মুনীন বৰকটকী বঁটাপ্রাপ্ত)
– গ্রহান্তৰ
– গল্পৰ আঁৰৰ মানুহ
– বেলি ফুলৰ ছবি
– মৃত্যুহীনতা আৰু অন্যান্য
– বব্রুবাহন ক্লাব
– বাইলেন নম্বৰ তিনি
–আৰু কেইটামান গল্প
–আড্ডা
–এক ডজন গল্প
– হোষ্টেলৰ এলার্ম ঘড়ী
– অলকানন্দা এপার্টমেণ্ট
– মাথোঁ গল্প
– প্রায় মানুহ
– আকাশৰ ছবি আৰু অন্যান্য গল্প (সাহিত্য অকাডেমি বঁটা)
– চলিহাৰ চহৰ
– ফিল’বাৰী হাট
– কুল শইকীয়াৰ নির্বাচিত গল্প
– ব্রেকিং নিউজ
– অট্টালিকাৰ ভেম
– If a River

উপন্যাস
নির্জন দ্বীপত এদিন,Wo 24 ghante

প্রবন্ধ সংগ্রহ
অনুভূতি আৰু উপলব্ধি
সম্পাদিত গ্রন্থ
Assam Police Through the Years

বঁটা আৰু স্বীকৃতি
১৯৯৯-বর্ষশ্রেষ্ঠ অসমীয়া গ্রন্থৰ বাবে মুনীন বৰকটকী বঁটা৷
২০০০-শ্রেষ্ঠ ফিক্চন সাহিত্যৰ বাবে ৰাষ্ট্রীয় কথা বঁটা
২০০০- ফুল ব্রাইট ফেল’শ্বিপ লাভ
২০০২- মেধা সেৱাৰ বাবে ৰাষ্ট্রপতিৰ আৰক্ষী পদক
২০০২- সন্ত্রাসবাদ অধ্যুষিত অঞ্চলত আগবঢ়োৱা সেৱাৰ বাবে আভ্যন্তৰীণ সুৰক্ষা পদক লাভ৷
২০১০- বিশেষ সেৱাৰ বাবে ৰাষ্ট্রপতিৰ আৰক্ষী পদক৷
২০১৪- ওড়িশাৰ উৎকল সাহিত্য মহোৎসৱত পেনেলিষ্ট৷
২০১৩- গোৱা কলা আৰু সাহিত্য মহোৎসৱত পেনেলিষ্ট৷
২০১৪- লি কোৱান ইউ স্কুল অৱ পাব্লিক পলিচি এণ্ড গভর্নেঞ্চৰ পেনেলিষ্ট৷
২০১৫- সাহিত্য অকাডেমি বঁটা৷
২০১৭- লণ্ডন গ্রন্থমেলাত পেনেলিষ্ট৷
ৰাজ্যিক পর্যায়ৰ নাট্য প্রতিযোগিতাত শ্রেষ্ঠ নাট্যকাৰ আৰু পৰিচালকৰ বঁটা লাভ৷

You might also like