বিশেষ বাৰ্তা, ২ ডিচেম্বৰঃ
🔴চৰম সাম্প্ৰদায়িক মন্তব্য উদ্ধত আজমলৰ।
🔴হিন্দুক উদ্দেশ্যি চৰম উদ্ধতালি ইউডিএফ ছুপ্ৰিমোৰ।
🔴হিন্দু যুৱক-যুৱতীক উদ্দেশ্যি এই মন্তব্য।
🔴৪০বছৰ বয়সলৈ হিন্দুসকলে বিয়া নাপাতে বাবে সন্তান কম নেকি হিন্দুৰ?
🔴বিয়াৰ পূৰ্বে কিমানগৰাকী মহিলাৰ সৈতে অবৈধ সম্পৰ্ক ৰাখে হিন্দু যুৱক-যুৱতীয়ে?